সমললৈ যাওক

পৃষ্ঠা:পাপৰি.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পদূলিত ফুলিছে গধূলি গোপাল ঐ
 পিৰালিত ফুলিছে যুতি,
ওঁঠৰ জোকাৰণিত মুখত জিলিকিছে
 পকা ডালিমৰে গুটি।