পৃষ্ঠা:পাপৰি.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

প্ৰীতিত আমাৰ পৰাণ বন্ধা
 পৰৰ হৃদয় কৰিম জয়,
পথিক আমি, মিলন পথৰ
 পথ যে আমাৰ আলোক ময়।

wwwwwwww