এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসম শিক্ষা বিভাগৰ “নতুন বাৰবছৰীয়া পাঠ্যক্ৰম” অনুসৰি
মেট্ৰিক পদ্ধতিৰ সকলো জোখ-মাখৰ সৈতে নতুন
পুৰণি সকলো আৰ্য্যাৰে পৰিপূৰ্ণ একমাত্ৰ
সচিত্ৰ “নতুন ধাৰাপাত”
ন তু ন
ধা ৰা পা ত
আগতে আহৰণ তাৰ পিছতহে বিতৰণ ৷
জয় জয় দেৱী জগত জননী
সাদৰো আদৰে প্ৰণামো পূজাৰে
কৰা কৃপা দেৱী জ্ঞান বিকাশিণী ৷