পৃষ্ঠা:নতুন ধাৰাপাত.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

নিবেদন,

শিক্ষক বন্ধু সকললৈ,

  শিক্ষা বিভাগৰ নতুন পাঠ্যক্রম অনুসৰি নতুন প্রথম মান, দ্বিতীয় মান, তৃতীয় মান আৰু চতুর্থ মান শ্ৰেণীৰ বাবে এই ধাৰাপাত খন যুগুত কৰি উলিওৱা হৈছে। ইয়াক লিখােতে কেৰিকুলাম আগত লৈ লিখা হৈছে। ছাত্র-ছাত্ৰী সকলৰ উপকাৰ হােৱাকৈ ৰখা সম্ভৱ সহজ-সৰল ভাবে ইয়াক লিখা হৈছে । কিতাপখনৰ গুণা গুণৰ বিচাৰ ভাৰ শিক্ষক বন্ধু সকলৰ ওপৰত অৰ্পণ কৰিলোঁ৷ দোষ-ত্ৰুটীবােৰ আঙুলিয়াই দিলে কৃতাৰ্থ হ’ম।


 তামুলপুৰ
 ১।১১।৭৩ ইং
  ইতি-
আপোনালোকৰ সহকৰ্ম্মী
 শ্ৰীত্ৰিদশ পাঠক ৷