এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নতুন ধাৰাপাত
২১
কিলোগ্ৰামৰ দগা সমূহ−
১০০ গ্ৰাম, ২০০ গ্ৰাম, ৫০০ গ্ৰাম, ১ কিলো, ২ কিলো,
৫ কিলোগ্ৰাম, ১০ কিলোগ্ৰাম, ২০ কিলোগ্ৰাম, ৫০ কিলোগ্ৰাম
গ্ৰামৰ দগা সমূহ−
১ গ্ৰাম, ২ গ্ৰাম, ৫ গ্ৰাম, ১০ গ্ৰাম, ২০ গ্ৰাম, ৫০ গ্ৰাম
মিলি গ্ৰামৰ দগা সমূহ−
১০০ মিলিগ্ৰাম, ২০০ মিলিগ্ৰাম, ৫০০ মিলিগ্ৰাম