এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দশমিক মুদ্ৰাৰ পৰিচয়
এই মুদ্ৰা বোৰক দশমিক মুদ্ৰা বা পইচা বোলে। দশমিক মুদ্ৰা সমূহ ইংৰাজী ১৯৫৭ চনৰ ১ এপ্ৰিলৰ পৰা ভাৰতত প্ৰচলিত হয়।
১০০ পইচাই |
১ টকা |