পৃষ্ঠা:নতুন ধাৰাপাত.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দশমিক মুদ্ৰাৰ পৰিচয়

 এই মুদ্ৰা বোৰক দশমিক মুদ্ৰা বা পইচা বোলে। দশমিক মুদ্ৰা সমূহ ইংৰাজী ১৯৫৭ চনৰ ১ এপ্ৰিলৰ পৰা ভাৰতত প্ৰচলিত হয়।

১০০ পইচাই
৫০ পইচা
২৫ পইচা
১০ পইচা
৫ পইচা
৩ পইচা
২ পইচা
১ পইচা

   

১ টকা
১ টকাৰ আধা
১ টকাৰ চাৰি ভাগৰ এভাগ
১ টকাৰ দহ ভাগৰ এভাগ
১ টকাৰ বিশ ভাগৰ এভাগ
১ টকাৰ তেত্ৰিশ ভাগৰ এভাগ
১ টকাৰ পঞ্চাশ ভাগৰ এভাগ
১ টকাৰ এশ ভাগৰ এভাগ