পৃষ্ঠা:দামোদৰ দেৱ চমু জীৱনী.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিগ হয়; কিন্তু পত্নী মা দিন ধৰি কৰে। ঈশ্বত বাহিৰে অইন কথাত অলপো মন নাছিল। গৃহ সুখৰ কথাই সেই দিন ধৰি গুৰুৰ সলীপ চাপিব পৰা নাছিল। উদৰতা গুণতে গুৰু অধিয় আছিল। আন আতিৰ হাতে এখন কত তামোল খাবলৈ ঘূণা কৰা ব্ৰাহ্মণৰ ঘৰত জস্মিও কৰে, মানুহ হৈ উদাৰতা উচ্চ জাতি বুলি ভাৰি আচাৰ বিচাৰত ও মানুহকে নীচ পাতি গুলি ঘৃণা কৰা এই নীচ ভাৰ পৰিত্যাগ কৰি, ডাঙৰ সৰু জাতি অজাতি নিবিচাৰি ভোট যবন আদি অসভ্য জাতিকো পৰমেশ্বৰৰ নাম ধৰ্ম্ম দান কৰিছিল। তলত দিয়া পদকেই ফাকিয়ে তাৰ প্ৰমাণ। ৰজাৰ কুমাৰ বৰ বৰুৱা বিস্ত। তেলি মালি মাৰ কুমাৰ নিৰন্ত। নীলা চৰাল মট নৰ্তকী প্ৰভৃতি। হৰিত সৰ লৈ গৰি বিষ আছি। ফী, বৈশ্য, শূদ্ৰ সৰে হৰি পৰাম'। কৰিলন্ত যাতে প্ৰভু হৰি বিৰগণ। শুকৰ দেহৰ গঠন আৰু শাৰীৰিক সৌৰ্য শুনে ঘোয় নত এইদৰে লেখিছে।