পৃষ্ঠা:দামোদৰ দেৱ চমু জীৱনী.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সামৰণি। মেনে যি ভতিজা কৃষ্ণাচার্গক উপযুক্ত গুণ নথকা বাবে তেওঁক অধিকাৰী নাপাতি হয় পায়তা ভট্টদেৱক পতাৰ পৰাই আনিব পাৰি বে, গুৰুদেৱ অতিশয় স্যায় পয়ণ আছিল। স্যায়কে তেওঁ নিজৰ প্ৰাণকো তুচ্ছ জ্ঞান কৰিছিল। তাৰ প্রমাণ স্বপে দেখুৱাব পাৰি যে, গুৰুৱে যি ভগবদ্ভক্তিক সত্য জ্ঞান কৰি লােকক শিক্ষা দিছিল; সেই সত্য এৰাতকৈ জীৱন এই শতগুণে শ্রেষ্ঠ বুলি বিবেচনা কৰিছিল। এই কাৰণেই গুৰুৱে সত্য নেৰো বুলি কৈ নিজৰ জীৱন দিবলৈ পৰীক্ষিত ৰজাৰ আগলৈ আগ বাঢ়ি গৈছিল। ইয়াৰ পৰাই জানিব পাৰি গুৰু এজন অতি শয় সৎসাহসী আছিল। গুৰুৰ সৎচৰিত্ৰ গুণত দুর্দমনীয় লােকসকলৰ মশা পমি গৈছিল। তলত দিয়া পদ দুফাকিৰ পৰাই এই খ কটকটীয়াকৈ বুজিব পাৰি। কাটি মাৰি বা যাক কী না। Rন সবাে দামোদর আগে যেই যায়। (লীলা) আত্ম সংজম শুণত গুৰু অতিশয় আদর্শ পুরুষ । কিয়নো ভৰ যৌৱন অবস্থাতে গুৰুৰ পঙ্গ