পৃষ্ঠা:তাৰা.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৯৪
৯৪
তাৰা

৮৪ তাৰ সন্মত হল। ময়ো সেই ঘৃণিত উদ্দেশ্য সাধিবৰ বাবে আপোনা- সকলৰ ৰাজধানীত উপস্থিত হলো। বহু পুৰুষাৰ্থ কৰিও তেওঁৰ সতীত্ব হৰণ কৰিৰ নোৱাৰিলো। শেষত পালিতক কপটেৰে প্ৰমাণ দিতেঁ। তাৰাৰ এই হাৰডালি চুৰ কৰি নি কলো বে এইডালি তেওঁ মোক প্ৰেমচিহ্ন স্বৰূপে দিছে। পালিত বিশ্বাস হল তেওঁৰ প্ৰণয়িণী ভ্ৰষ্টা। [ পালিতক দেখুৱাই] এৱেই নহয়নে? পালিত আগুৱাই গৈ। ধূৰ্ত মোগল! নয়েই তেওঁ। মই কি মুখ, এই পিশাচৰ কথা বিশ্বাস কৰিছি ল৷। মই ডকাইত, মই চোৰ, মই নাৰী-হন্তা, পত্নী-ইন্তা। আজিলৈকে যিমান পাপৰ অনুষ্ঠান হৈছে মই সেই সকলো পাপীতকৈ অধম। অ! মোক বিহ দিয়ক। মহাৰাজ, ময়ে আপোনাৰ কন্যা হন্তা। মোৰ ওপৰত নতুন ৰকমৰ তীব্ৰ শান্তি বিহিবৰ উপায় কৰক। তেওঁ সতী সাবিত্ৰী। তাৰ! হৃদয়েশ্বৰী! মই তোমাক বিনা দোষত হত্যা কৰিলে॥ [ তলমুৰ কৰে।] তাৰা--ডাঙৰীয়া, অধীৰ নহব। আৰু কি কবলগীয়া আছে শুনক। পালিত--তোৰ সেই কথাৰ আৱশ্যক কি? তয়ে এইবোৰ অনৰ্থৰ মুল—এই ল তোৰ পুৰস্কাৰ। [ লাঠি মাৰে আৰু তাৰ। বাগৰি পৰে। সেই সময়ত পুৰুব বেশ খহি পৰে।] চন্দন-ডাঙৰীয়া সকল, সহায় কৰক। পালিত প্ৰভু! এৱেই তাৰ। ৰজা-পৃথিবীখন ঘূৰিব লাগিছে নেকি? পালিত-ই ডিঠক নে সপোন? চন্দন-আইদেউ, উঠক। ভাৰামোৰ ওচৰৰ পৰা আঁতৰ হ। তয়ে মোক বিহ দিছিলি নহয়নে?