পৃষ্ঠা:তাৰা.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৭১
৭১
তাৰা

তাৰ। ৬১ ঘু—অসভ্য ভীল, মোৰ কাপোৰ-কানি দেখি চিনি পোৱা নাইনে? জয়--চিনি পাইছে॥ তোৰ বাপেৰ দৰ্জী আছিল। সিয়েই তোক এইবোৰ কৰি দিছে। ঘুমোৰ পিতাই এইবোৰ কৰা নাই। জয়-তেনেহলে যি তোক দয়া কৰি এইবোৰ দিছে, তাৰ ভৰিত দীঘল দি বি এইবোৰ ওলোটাই দে গৈ। তই কোনোবা মু, তোক মাৰিবলৈও ঘিণ লাগে। বযু-তেন্তে মোৰ নাম শুন। যয়—তোৰ নামটোনো কি বাৰু? ঘু--মোৰ নাম ৰঘুপতি। জয়--দুষ্ট, তোৰ নাম ৰঘুপতিয়েই হওক বা লঘুপতিয়েই হওক, তাত ভয়ৰ কাৰণ কি? তাতকৈ সাপ বেং কিবা এটা হোৱা হলেই অলপ ভয়ৰ কাৰণ আছিল। ঘু-কি! তই মোক এলাপেচা মানুহ বুলি ভাবিছ নেকি? শুন তেন্তে, মই ৰজাৰ খুলশালিয়েক, মোৰ বাইদেউ এই ৰজাৰ মহাৰাণী। মোক সাধাৰণ পুৰুষ বুলি নাভাবিবি একা। জয়-শুনি বৰ দুখ পালোঁ, তই তোৰ বংশৰ উপযুক্ত নহলি। বঘু-কি! তই মোক ভয় কৰা নাই? জয়-মই কেৱল জ্ঞানী মানুহকহে ভয় আৰু ভক্তি কৰে॥ - বোৰক ঘিণ কৰে। আৰু এই তীৰেৰে সিহঁতক শিক্ষা দিওঁ। বঘ্ন--কি। তোৰ ইমন সাহ? এই ঠাইতে তোক মাৰি তোৰ সেই পলৰীয়াবোক হত্যা কৰি শিয়াল শগুনক ভোজ দিম। [ দুইজনৰে যুদ্ধ কৰি কৰি প্ৰস্থান। বিক্ৰমজিং আৰু বিজয়ৰ প্ৰবেশ।]