পৃষ্ঠা:তাৰা.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৭২
৭২
তাৰা

৬২ তাৰা বিক্ৰম-এইফালে হলে কোনো জনপ্ৰাণী নাই। তুমি কাকো লগ নাপালা? বিজয় -কাকো নাই পোৱা। আপুনি তাক ৰঘুপতি বুলি ভয় কৰিছে। বিক্ৰম-অসম্ভৱ! যদিও তাক বহুত দিন দেখা পোৱা নাই তথাপি মই নিশ্চয় কব পাৰে। ই ৰঘুপতি। মুখৰ আকৃতি প্ৰকৃতি, ভাৱ-ভঙ্গী, কথা-বতৰাই ঠিক ৰঘুপতি। ই নিশ্চয় ৰঘুপতি। বিজয়-এই ঠাইতে আমি ইহঁতক এৰি গৈছা। দাদাৰ যেন একো অমঙ্গল হোৱা নাই! আপুনি কৈছে ই বৰ নিৰ্দয়- [ বৰপতিৰ কটা: মূৰ লৈ জযৰ প্ৰবেশ। জয় – সি ৰঘুপতি এটা গাধ। ই নিচেই ডালদৰিদ্ৰৰ ঘৰৰ লৰা। স্বয়ং ভীমেও ইয়াৰ মূৰৰ পৰা তলপে মগজু বাহিৰ কৰিব নোৱাৰিলেহেতেন। বিক্ৰম সৰ্বনাশ কৰিলি। জয় বৰ ভাল কাম কৰিছো। সেইবাবে মই নিজকে নিজে প্ৰশংসা কৰে॥ সি বোলে মহাৰাণীৰ ভায়েক। মোক যি পায় তাকে গালি পাৰিছে। বিক্ৰম—সৰ্বনাশ হল। ইয়াৰ ফল মৃত্যু। জয় – কিয় পিতা, ভৰব কাৰণ কি? সকলোৱে আমাক ডকাইত বুলি ভাবে। চোৰাংচোৱাই ধৰিব পাৰিলে আমাৰ নিতাৰ নাই। তেনেহলে আমাক অপমান কৰাৰ বাবে এজন মূৰ্বক কিয় শাস্তি নিদিয়াকৈ এৰি দিম? সি মহাৰাণীৰ ভায়েকেই হক বা খুৰাকেই হ’ক তাত আমাৰ কি? বাটত কাৰোবাক লগ পালেনে? মি কুকুৰে