পৃষ্ঠা:তাৰা.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৭০
৭০
তাৰা

তাৰ বিজয়যোৱা ভাই, আমি সোণকালে আহিম। [ তাৰ গহ্বৰৰ ভিতৰলৈ যায়। ] বিক্ৰম-যদিও লজন বিপদত পৰিছে, তথাপি কথাই কথাই যি বুজিলো ইয়াৰ জন্ম উচ্চ বংশত। মুখখন যদিও গম্ভীৰ, তথাপি হাঁহিটি ডাৱৰে আৱৰ আকাশৰ মাজত বিছুলীৰ দৰে মনোমোহ। আহ বনলৈ বাওঁগৈ। সেইটো আকৌ কোন এই ফালে আহিছে। [ ৰঘুপতিৰ প্ৰবেশ। ] --পালৰীয়াহঁতক এতিয়াও লগ নাপালো। চন্দনে মোক কাকি দিলে নেকি? বৰ ভাগৰ লাগিছে। বিক্ৰম-ই আমাকেই পলৰীয়া বুলিছে নেকি? ইয়াক চিনে চিনো যেন পাওঁ, মুখখন দেখা দেখা মনত পৰিছে--চাওঁ ভালকৈই নিশাচৰ বাণীৰ ভায়েক ৰঘুপতি। আমাক সকলোৱে ডকাইত বুলি ভাবে। ই নিশ্চয় সৈন্য লৈ আমাক ধৰিবলৈ আহিছে। আহা পলাওঁ। জন--ই অকলে আমাক কি কৰিব? বিজয়ক লগত লৈ গৈ ইফালে সিফালে চাওক---ইয়াৰ লগত কোনোবা অনুচৰ আছেনে? লাগিলে মই ইয়াক অকলে পাৰিম। [ বিক্ৰম আৰু বিজয়ৰ প্ৰস্থান ৰঘু--সাৱধান, থিয় দে, নপলবি। কোন ওই? মানুহৰ মুখত শুনিছো--ইয়াত ভীলদস্যুবোৰ থাকে। ধিয় দে ভী। বিজয়--এনেকুৱা ভদ্ৰ মানুহক মই চৰ আৰু লাঠিৰেহে উত্তৰ দিওঁ। ঘু--তই ডকাইত--অ এৰ। বিজয়-কাৰ ওচৰত অস্ত্ৰ এৰিষ? তই কোন? তোৰ দৰে ময়ে। এজন মানুহ। অৱশ্যে তোৰ কথাবোৰ ডাঙৰ। আগধৰি কোন তই? তৰে উত্তৰ দে।