পৃষ্ঠা:তাৰা.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৬৯
৬৯
তাৰা

তৰা ৫৯ বিক্ৰম-কি কোৱা মোতকৈও বেছি? বিজয়-যদি তেনে কথা কোৱা পাপ তেনেহলে দাদাৰ লগতে ময়ে সেই পাপৰ ভাগী হওঁ। এওঁক কিয় মই ভাল পাওঁ কব নোৱাৰে॥ আপোনালোকে কোৱা শুনিছো বোলে মানুহে কাৰণ নোহোৱাকৈয়ে ভাল পায়। এওঁক মই এনে ভাল পাওঁ যে যদি ভীষণ যাতে হাতত গদা লৈ কলেহেঁতেন তোমালোকৰ ভিতৰত এজন মৰিব লাগে—নমৰিলেই নহয়— তেনেহলে মই ততালিকে কৰ্পোহেঁতেন—আমাৰ এজনকে নিয়ক, অমিয়ৰ গাত যেন হাত নিদিয়ে। বিক্ৰম- [ স্বগত ] কেনে উদাৰ ভাব! কেন নিৰ্ভীক! সিংহৰ গৰ্ভূতহে সিংহৰ জন্ম, শিয়ালীৰ গৰ্ভত নহয়। বাৰু মইতো ইহঁতৰ পিতা নহওঁ। কিন্তু এই ডেকাজন কোন? ইহঁতে ইয়াক মোতকৈও বেছি ভাল পায়! [ প্ৰকাশ্যে ] বোল হল। বিজয়-ভাই, তেনেহলে আমি মৃগয়ালৈ যাওঁ। তাৰা-- ভাল, আপোনালোকে যেন ডাঙৰ চাই পহু এটা আনিব পাৰে মই তাকে ঈশ্বৰৰ ওচৰত খাটে॥ (স্বগত) ৰাজ- পুৰীত থাকোতে শুনিছিলো যে ৰাজধানীৰ বাহিৰত থকা সকলো অসভ্য বৰ্বৰ। কিন্তু নিজ চকুৰে দেখিলো সেইবোৰ মিছা কথা। ভয় লগ। সাগৰতহে ভয় লগ। জন্তুবোৰৰ জন্ম হয়, কিন্তু সৰু নদীত কেনে সুন্দৰ সুন্দৰ মাছবোৰে জন্ম ধৰে। মোৰ গাটো বৰ অসুখ কৰিছে। ঔষধ পালিকে খাওঁ কিজানি অসুখ গুচে। বিক্ৰম - আহ। বোপাহঁত, বনলৈ যাওঁ। অমিয়, তুমি অলপ শোৱাগৈ। চন্দনে দিয়া ৫