পৃষ্ঠা:তাৰা.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৬৩
৬৩
তাৰা

তাৰ

ণ্ডৰ মাৰি ১ম তিঃ- হামাৰ লাগি একটা চিড়িয়া অনিবি। ১ম ম:- কুঃ পুৰোৱ নাই জান! তু চিড়িয়া পাবি। ২য় হিমোৰ লাগি একট! গিৰগিটি আনবি ২ৰ ম:-অৰে ফুৰ্তি কৰি থাক সব কুচ পাবি। মতাবোৰে- চলৰে ভাই সৰ! চল চল চল চিড়িয়? ধৰি ছাড়া জঙ্গল পট পট কৰিয়ে ঘৃবি ও নল ২ [প্ৰস্থান : তিলোত-ভেৰ ঘেৰ: ভালুক শিয়াল পহু গণ্ডাৰ বৰ্ম্ম-ঠৰ দিয় মঝে হাৰ হাজৰি। ধাং ধুং ধং বাওয়ে মানল নাচিম ঘুৰি সাধ পুবিয়ে খাইয়ে আজি গিৰগিটি পুড়ি অইয়ে বইন! চলিয়ে আয় চিকাৰ পেল। দেশি ফুৰ্তি কৰিয়ে মিঠ। দুৰাৰ বনায়ে ৰাখি। [ প্ৰস্থান) পট পৰিবৰ্তন বিক্ৰমজিতৰ গৰৰ সন্মুখ [ তাৰ প্ৰবেশ।] তাৰা-এপিনেই গান গোৱা যেন শুনি ছিলো নহয়নে? ক’তা, ইয়াত চোন কোনো নাই! মানুহৰ জীৱন কি কৰ। মোৰ ভাগৰ লাগিল। আজি ৰাতি গছৰ তলেই মোৰ শয্যং, বাহুৱই মোৰ গাৰু, চন্দ্ৰই মোৰ চাকি, নীল আকাণেই মোৰ চন্দ্ৰ তাপ হৈছে। পালিতক দেখিবলৈ মোৰ অদম্য উৎসাহ নোহাৱা হলে বোধকৰে। ইমান দিনে মই মৰিলে:-