পৃষ্ঠা:তাৰা.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৩৯
৩৯
তাৰা

তাৰ ২৯ চনন-ৰাজপুৰীৰ পৰা কোনে নিব? কৰবাত পৰি থাকিব পায়। বাৰু মই ভালকৈ বিচাৰি চাওঁগৈ। [ প্ৰস্থান i] ৰঘু - তুমি যোক অপমান কৰিছা? বাওঁ ভৰিৰ নখৰ লগত তুলনা কৰিছা? তাৰা-হয়, তোক অপমান কৰিছে। গোচৰ কৰিব খোজা যদি মই তোমাৰ পক্ষে সাক্ষী হ'ম। ঘু মই তোমাৰ পিতাৰৰ আগত কৈ দিমগৈ। তাকেৱল পিতাৰ আগত কিয়? মোৰ মৰমৰ মাহীআইৰ আগতে কবা গৈ। এতিয়া তেনেহলে মই আহেহে। তোমাৰ সেই ঘিণ লগা মুখখনি দেখুৱাই যেন মোক আৰু আমনি নকৰা”। [ প্ৰস্থান।] ৰ ইয়াৰ প্ৰতিশোধ লব লাগিব। ইমান অপমান! বাৰু দেখি। - [ প্ৰস্থান। চতুৰ্থ দৰ্শন গুৰুদয়ালৰ ঘৰ, | গালিত আৰু গুৰুদয়াল। ] পালিত -বন্ধু, একো ভয় নকৰিবা। ধূৰ্ত দিলীৰ খাই কোনো উপায়ে তেওঁৰ সতীত্ব হৰণ কৰিব নোৱাৰে। তেওঁৰ সতীত্বৰ ওপৰত মোৰ যিমান বিশ্বাস যদি ৰজাৰ সন্তোষৰ ওপৰতো হেনে হলহেঁতেন।