পৃষ্ঠা:তাৰা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
২৩
২৩
তাৰা

তা কাম আৰু আদৰ সাদৰ কৰে। তুমি সেই দৰবোৰৰ শক্তি মই প্ৰথমে বুকুৰ মেকুৰীবোৰৰ ওপৰ পৰীক্ষা কৰি তাৰ পাছে ইয়াৰ প্ৰতিকাৰৰ চেষ্টা কৰিম। বৈদ্য—মহাৰাণী, এইবোৰ নিৰ কৰি আপোনাৰ কঠোৰ কৰিব খুজিছে মাথোন আৰু নিৰীহ প্ৰাণীবোৰৰ ভীষণ মৃত্যু দৃশ্য দেখি কিনে আনন্দ পাব খুজিছে? ৰাণী – এই বিষয়ত তোমাৰ মূৰ ঘমাবৰ কোনো আৱশ্যক নাই। ভাল বেয়া বুজিবলৈ মোৰ যথেষ্ট শক্তি আছে। (স্বগত) সৌৱা ৰঘুপতিৰ শত্ৰু পালিত বিশ্বাসী নৃত্য আহিব লাগিছে। ইয়াৰ ওপৰতে এইতীব্ৰ বিধবোৰৰ শক্তি পৰীক্ষা কৰিম। [ চন্দনৰ বেশ।] কোন অ’? চদন? বৈশু, তুমি এতিৰ যাৰ পাৰা। বৈদ্য--(স্বগত) মহাৰাণী, তোমাক হলে মই অলপ অবিশ্বাস কৰে। কিন্তু নেনে - কুকুৰ তেনে টাঙোন দিস। বিহ নোহোৱা সাপৰ দৰে তোমাৰৰ কামোৰে কাৰৰ অন্যায় নকৰিব। ৰাণী- - চন্দন, এটা কথা শুন। চন্দন- কি কথা সহাৰাণী? (স্বত) আজিচোন মোৰ প্ৰতি এওঁৰ বৰ অনু5াহ! বৈদ-(স্বগত) এওঁক হলে মই বৰ ভাল পোৱা নাই। শঠে শাঠ্যং সমাচাৰেৎ। তুমিও বেনে ময়ো তেনে। তোমাৰ মনৰ ভাৱ হলে মই অলপ গম পাইছে॥ তুমি ভাবিছা সেইবোৰ বৰ বিষাক্ত দৰব, কিন্তু সি নহয়, ইয়াক খালে এপৰ মানলৈ মাথোন মানুহ জন নিহত হৈ থাকিব, তাৰ পাছ। কিন্তু