পৃষ্ঠা:তাৰা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
২২
২২
তাৰা

১২ তাৰ যদি তোমাৰ অসং অভিপ্ৰায় পূৰ্ণ নহয়, তেনেহলে তেওঁক মনে মনে অপমান কৰাৰ বাবেও এই তৰোৱালেৰে তোমাৰ পাপ জীৱন নাশ কৰিম। দিলীবৰ্ণা--আহ এতিয়া, সেইটো পাছে দেখা যাব। [ পালিত আৰু দিলীৰৰ প্ৰস্থান। গুৰু -- কি আচৰিত! কথাই কথাই ইমান হব বুলি ভাবিছিলোঁ। [ প্ৰস্থান। চতুৰ্থ দৰ্শন প্ৰমোদ উদ্যান [ ৰণী আৰু বৈদ্য। ] বাণী-বৈদ্য, মই কৈ পথিৱা দৰববোৰ আনিছানে? বৈষ্ট--হয় মহাৰাণ', আপোনাৰ আদেশ মতে মই সেইবোৰ তৈয়াৰ কৰি আনিছো। (এট সৰু পেৰা দিয়ে ) কিন্তু দোষ নপৰিব, এটি কথা সোৰ্ধে। কি বাবেনো আপুনি এই তীব্ৰ বিলবোৰ আনিব দিছে, যাক পৰমা; এটিৰ পৰিমাণে খালেও মানুহৰ জীৱনৰ আশা নাথাকে। ৰাণী-তোৰ কথা শুনি মই বৰ আচৰিত হলে। তোমাৰ ওচৰত নই ছাত্ৰীৰূপে ইমান দিন কিমান বিষয় শিকিলে পাহৰিল। তোমাৰ গুবতে বহু বিধ তেল আৰু আঁতৰ কৰিব শিক। নাইনে? যাৰ বাবে ৰজাই মোক এতিয়াও প্ৰশংস। নেকি?