পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

! ১১ ) ভাৰত বাতৰি 1 বাঃ--এখন ৩০০০০ মানুহৰে সৈতে ভৰা বম্বেৰ ওচৰৰ চহৰ, ইয়াৰ প্ৰায় সৰহ ভাগ মানুহেই কাথলিক। যোব। মাহত তাত এখন ডাঙ্গ সভা হৈছিল। বহুত আচ্চবিচপ আৰু বিচপ তাত উপস্থিত হৈছিল। অতি প্ৰায় ৩০ ৫ ০ ০ ০ কাথলিক উপস্থিত আছিল বুলি অনুম'ন কৰিব পাৰি। তাৰ ৰাষ্টাৰ মাজেদ নিঠান আৰু লেৰে সৈতে শুভত এটডাঙ্গ শোভাযাত্ৰা কৰা হৈছিল। চহৰৰ থিক মাজতে ৪ খ্ৰীষ্টৰ মুও এটা স্থাপিত কৰা হৈছিল। মুক্তিদাতা যশ খ্ৰীষ্টৰ চৰণত সকলোৰে আগৈ তেওঁলোকৰ চহব খমক যীশু। পবিত্ৰ হৃদয়ত গণ কৰিছিল। আমাৰ কাৰণে সজ অফি। আমিও প্ৰাৰ্থনা কৰে। যাতে মাৰ ৰজা যাক খ্ৰীষ্টৰ ৰাজ্য এই ধুনীয়। অসম লেক। অহে, আৰু যাতে তেওঁ তামাৰ দয়ত আৰু সৰু সৰু চহৰ ‘বলা কতো ৰাজত্ব কৰিব পাৰে। SABI মালাবাৰ ইয়াত কেইজন মানৰ শত শ + ডাঙ্গৰ কাঞ্চল প ছিল। অন বিপ আৰু হাজাৰ হাজাৰ মাহে উপস্থিত হৈছিলহি। সচাকৈয়ে ভাৰৰ স'লা ঠাইত অমৰ মলীও মতি দেখিলে বৰ সস্তাস লাগে। আমাৰ প্ৰ খুৰ ৰজা আহক। মিৰাট ইয়াতে বহুত চমাৰ কাথলিক হৈছে। মান্ত বৰ বিচণ তাণী মহোদয়ে ৩৫ লোকৰ ইশ মানক অলপতে ৯ ৫লী। ভিতৰুৱা কৰিছে। গোৱ। এই পগীজ চহৰত প্ৰাই সকলো ৰ'ৰ মানুহেই কাখল। ইয়াত এটি বৰ সুন্দৰ গিৰ্জাত সন্ত ফ্ৰাচ জেতয়াৰৰ শৰীৰ এতিয়াও অলৰ ভাৱে আছে আৰু ইয়াক ৰখা আজি ৪শ বছৰ হৈছে। বছৰ বছৰি শই শই যাত্ৰীয়ে তেওঁৰ এই সুপলৈ গৈ স্তুতি বিস্তি কৰে আৰু কেইজন মান ৰোগীয়ে ইয়ালৈ গৈ সুস্থ হৈছে।