পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

were পবিত্ৰ মিচ্চা বলিদান আদম আৰু হেৱাই পাপ কৰাৰ পাচত সমস্ত মনুষ্য জাতিৰ ওপৰত শাস্তিৰ বোজা পৰিল। ঈশ্বৰে যদি এজন সঠিক ৭ণিকাৰ নিমিত্তে প্ৰতিজ্ঞা কৰিছিল তেন্তে কিয় মানুহবিলাকে নিজ পাপৰ কাৰণে অনুতাপ নকৰে বা শাস্তিৰ বিষয়ে চিন্তা নকৰে। ইয়াৰ কাৰণ মানুহে যেতিয়া বুজিবলৈ পাইছিল যে। পাপৰ শাস্তি মৰণ আৰু আহিব লগীয়া মুক্তিদাতাই ঈশ্বৰক কোনো মূল্য- বান বস্তু, যেনে-- পশু আদি বলি দি বা পুৰি সন্তুষ্ট কৰাৰ নিচিনাকৈ নিজ মৰণ শাহি ভুগিব। দুৰ্বল মানুহে নিজৰ পৰা ঈশ্বৰক কি বস্তু দিব পাৰে। তেনে পশুৰ বলিদান যীচু খ্ৰীষ্টৰ সত্য বলিদানৰ এক দৃষ্টান্ত স্বৰূপ আছিল। আদম আৰু হেৱাৰ সন্তান বোৰে আৰু যি বিলাক তেওঁলোকৰ পাচত হৈছিল সেই সকলোৱে এনে বলি দি আছিল। এই ? 1