পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

। । ( ১৮ ভাৰতবৰ্ষত কাথলিক মণ্ডলীৰ বৃদ্ধি। জমি অলপতে ভাৰতবৰ্ষত কাথলিক মণ্ডলীৰ এই পহিলা পঞ্চাশ বছৰৰ ভিতৰত হোৱা বৃদ্ধি দেখুউৱা এখন কিতাপ পাইছে। সচাকৈয়ে ঈৰে এই মণ্ডলীক আচৰিত ৰকমে কৃপা দিৰা চাবলৈ বৰ প্ৰীতিজনক। পঞ্চাশ বছৰৰ আগতে ভাৰতৰষত মাত্ৰ ১,৬৬০,০০০ টা কাথলিক আছিল। আজি ৪,৯৫,০০০ তেতিয়া মাত্ৰ ১,১• কাথলিক পুৰহিত আছিল। এতিয়া ৪,২২৫ জন। তেতিয়া ২৫০ জন ব্ৰাদাৰ আছিল এতিয়া ৯৫ জন। চি ৰ সকল ৯০০ পৰা ৮,৭০০ হৈছেহি। কলেজ আৰু হাই স্কুলৰে। সংখ্যা বেচি হব ধৰছে। কলিকতাত ৬টা কাথলিক কলেজ আৰু আন আন ঋল লৈ মুঠতে ৫,০০০ হেজাৰ ছাত্ৰ আছে। সেইদৰে মাদ্ৰাভ আৰু বম্বেতো আছে। ভাৰতবৰৰ প্ৰায় বোৰ ঠাইতেই নতুন নতুন মিচন খোলা হৈছে। নতুন হস্পিতাল, অনাথ-আশ্ৰম আৰু শিল্প স্কুল ৰোগী, দৰ্কাৰী আৰু অনাথ সকলৰ কাৰণে খোলা হৈছে। পঞ্চাশ বছৰৰ আগতে আসামত কাথ লক প্ৰায় নাছিলেই; এশত- কৈয়ো কম। এতিয়া ৫০,০০০ আৰু প্ৰতি বছৰে সংখ্যা অনেক বেচ হৈ যায়। মঙ্গলদৈৰ কছাৰী বিলাক, গাৰো বিলকি, গুণ্ডা বলাক আৰু খাচিয়া বিলাক কাথলিক মণ্ডলীলৈ আহিব লাগিছে কিয়নো তেওঁলোকে দেখছে যে ইয়েই হে আচল যীচুৰ গিৰ্দ্ধা। বহুত প্ৰটেষ্টান্টো কাথলিক হৈছেহি কিয়নো তেওঁলোকে অনেক মুল নোহোৱা সুদা মত আমনি পায় গৈ। কেইজন মান এংলিকা আৰু আৰু লুথেৰিয়া পাদ্ৰিয়েও কাথলিক গিৰ্জাত যোগ দিছে আৰু এতিয়া তেওঁলোকে আচল পথত সকলো""ভাল ডেকে আনিবলৈ চেষ্টা কৰিছে। আমাৰ প্ৰভু যীচু খ্ৰীষ্টই তেওঁৰ অনন্ত পিতৃৰ ওচৰত প্ৰাৰ্থনা কৰিছে যে তেওঁৰ মতাবলী সকলোৱেই এজন ৰখীয়াৰ তলত একে জাকত লগ লাগিব লাগে। আহ। আমিও এই পবিত্ৰ, এক আৰু ঈশ্বখৰিক কাথলিক গিৰ্জাত এই মং একতাৰ কাৰণে প্ৰাৰ্থনা কৰে।