পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিদেশৰ বাতৰি 1 স্পেন যে কেহ মাহত কিছুমান অসৎ প্ৰতি মানুহে শব-মেট আৰু কাথলিক মণ্ডল'ৰ বিৰুৰে যুদ্ধ কৰিবলৈ আৰম্ভ কৰিছিল। সহঁতে কেইখনমান স্কুল অব ‘গা ‘শ কৰিলে আৰু ৩ জনতকৈও অধিক পুৰুহিত বধ কৰিলে। •ে গুলোকে ধন্থ ৰ সত্য ‘বশ্বাসৰ কাৰণে •জৰ জীৱন দান কৰিছে। খ্ৰীষ্ণৰ কাৰণে, ধৰাৰ কাৰণে জীৱন আহুতি দিযা সকল ধন্য। যুক্ত-ৰাজ্য ('আমে'ৰকা হয়। • ১৭, ••• ‘গৰ্জাৰে ২৫,০০,০০০ কেথলিকে ২০ বিশ্বখ্যাৰহালয় আৰু ৬, ০ ০ ০ ৭ ল লৈ আছে। প্ৰত্যেক বছৰেই হাজাৰেক শই শই আমাৰ মণ্ডলীত ভৰ্তি হয়। পেলেষ্টাই যাৰ কাথ লক সকলে জন নদীৰ পাৰত-ব’ অম প্ৰভু যীচু খীস্টই সও 'নৰ বাপ্তিস্মা পাছিল, তাৰ এটা ডাঙ্গ। গিৰ্জ্জা আজিবলৈ ধৰিছে। ফাষ্ট, ( ইংলে ৭) যেবা বছৰ ছজন কাথলিক মঠাখাই পুৰোহিত ) এটা অতি সুন্দৰ গিড্ডা সাজিছে। তেওঁলোকে আৰ কোনোৰ সায় নোলোৱাকৈ সকলো কাম নিজে নিজে কৰিছিল। অষ্ট্ৰেলিয়াঃ-- মেলবৰ্ণ চহৰত অলপতে আমাৰ কাথলিক ভাই গ্ৰী সকলৰ এক মহা উৎসৰ হৈছিল। ৭০০০০ হেজাৰত কৈ ও অধিক মানুহে এই মহা সভাত যোগদান কৰিছিল। চহৰৰ মাজেদি এখন ডাঙ্গ শশাভা যাত্ৰাও হৈছিল। এই অস্ট্ৰেলিয়াতো কেই কোটি মান কাথলিক মানুহ আছে আৰু প্ৰতি বছৰে অনেক অনেক লোকো আমাৰ পবিত্ৰ ধম্মত জিক্ষিত হয়। ২