পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৭ ) MODELIMA anuautu.L. । । সাপ আৰু চৰাই তুমি কেতিয়াবা ফেটি সাপ দেখিছানে? পৃথিবীৰ ভিতৰত ইয়েই সকলে সাপত কৈ বেচি বিশাল। ভাৰতবৰত বছৰ বছৰ হাজাৰ হাজাৰে মানুহ এই সাপৰ কামোৰ খাই প্ৰাণ এৰে। এই সাপৰ কামোৰ খাই মৰা আত দুখৰ মৃত্যু। ফেটি সাপ চৰাই 'চকাবীও। এদিন এখন হাবিত মই এজোপা গছৰ ডালত এটি বৰ সুন্দৰ চৰাই দেখলো। ই কেনে মুকলি মুৰীয়া সুখী আৰু মনোহৰ আছিল! ই অনবৰত গান গাই আছিল এনে সময়তে এ। সাং। •২০টি সাপ সেই ঠাইত উলাল হি আৰু চৰাই টোলৈ একেৰাহে চাই থাকিবলৈ ধৰিলে। আ! কি ভয়ানক তাৰ bানি! চৰাইটো ভয়ত মনে মনে থাকল " উৰ পলাই যাব নোৱাৰিলে। বেছেৰা চৰাইটি সেই ভয়ানক ভাল নৰ মোহ নাত পৰিল। সাপটে। লাহে লাহে গছ জোপাত বগাই পঠিবলৈ ধৰিলে। তাৰ চকু দুটা জুইৰ দুটা অঙ্গুঠাৰ দৰে জালকিছিল। ৫ এতিয়া চৰাইটা থকা ডলটো পালেগৈ , তাৰ ফেট তোলা, আৰু ৰাথয়। এক...দুই...তিন, আ, চাৱা সেই ধুনীয়া চৰাইটি সেই ভয়ঙ্কৰ সাপটোৰ মুখৰ ভিতৰত...মাটিত কেইটোপাল মান তেজ আৰু কেইটা মান লেতেৰা পাখী...। মই বেজাৰ মনেৰে ঘৰলৈ উলতিলে। মই দেখা সেই দৃশ্য তেতিয়াও মোৰ মনত বাজি আছিল। তেতিয়া মই ভাবি। আমাৰ বেচেৰা আৰে। এই দুৰ্দশাই আমাৰ আয়াও সেই অকণমানী চৰাইটিৰ নিচিনা সুন্দৰ, সুখী, কলি মুৰীয়া। সাপে আমাক মোহ লগাই ফুচুলাবলৈ আহে।য আমাৰ আত্মাৰ সৌন্দৰ্য্য নষ্ট কৰি তাৰ দাস কৰিবলৈ ইচ্ছ। কৰে সেই চয়তানেই এই সাপ। আমি তেতিয়া লৰচৰ কৰিব নোৱাৰে। চয়তানৰ মোৰ্নী আমাৰ ওপ- ৰত পৰিব আৰু আমি তাৰ খামোচত পাৰ তাৰ উপভোগ্য হৈ শেষ হ'ম। যেতিয়া আমি মুকলি হৈ থাকো, আহ। আম চয়তানৰ পৰা আতৰত, পাকো। আহ। আমি আকাশত থাকি ঈশ্বৰৰ মহিমা কীৰ্তন কৰে। 66