পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মানুহৰ এই আশা যেন ত্ৰাণকৰ্তা আছে। দুৰ্ভাগে পিচলৈ মনুষ্য জাতিৰ সৰহ ভাগেই ঈশ্বৰে কোৱা কথালৈ তেনেই পাহৰি পেলাই প্ৰতিমা পূজক হৈ পৰে। । > সেই দেখি বাছি লোৱা ইহুদী জাতিৰ দ্বাৰা ঈশ্বৰে মানুহ বিলাকৰ মাজত ত্ৰাণকৰ্তাজনাৰ স্মৰণ ৰক্ষা কৰে। শ শ বছৰৰ আগেযে খোল ভাৱবাদীযে ত্ৰাণকৰ্তা যীচুৰ কাম কাঙ্গ, দুঃখ, শোক, মৃত্যু আৰু পুনৰুত্থান জগতকে জনায়। অৱশেষ ভাববাদীয়ে কোমতে, এজনা মুক্তিদাতাক জন্ম দিযে। তেখেণ্ডে “ মই পিতাই পঠোৱা ত্ৰাণকৰ্তা আৰু ঈশ্বৰ " বুলি প্ৰমাণ কৰাত গোটেই মনুষ্য জাতিৰ কাৰণে প্ৰাণ ত্যাগ কৰে আৰু দুনাই সজীবহৈ গাৰোহণ কৰে। ?? খুৱাই, যীচুৱে পৃথিবী এৰাৰ আগেযে, বাজন হোজা মাছমৰীয়া একেলগে গোট তেওলোকক পৃথবীৰ সামালৈকে সমুদা সাৰ আগত এই শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ পাচে। কিছুকালৰ তৰত সেই বেচে নিসহ মাছমৰী কেইজনে ইউৰোপৰ দক্ষিন প্ৰান্তত যাচুৰ মক্তি জনায়। কিন্তু দুখৰ বিষয় যে, ৰোমান বিলাকে সিহঁক হলদী বলি ভুলকৈ বুজি খ্ৰীষ্টিয়ান বিলাকক নানান অত্যাচাৰ কৰে, কাৰণ (তত ৰোমান আৰু ইহুদী বিলাকৰ মাজত এখন থোৰ যুদ্ধ লাশি ছল। হেজাৰ হেজাৰ নিৰ্জ, লৰাছোলী, নিদোষী নৰ নাৰী, সত্য ধৰ্ম্মাৰ্থে ধৰ্ম্মৰ নামত জীবন উৎসৰ্গ কৰিছিল। কিন্তু সেই অত্যাচাৰ উৎপীৰনে গীষ্টান ধা পানী কৰক চাৰি বৰং বৃদ্ধিহে কৰিলে। কাৰণ খ্ৰীষ্টান বলাকৰ তেজ ন ন খ্ৰীস্টানৰ সচ, গতিকে ক ১৩ এই পবিত্ৰ ধম্মই গোঢই পৃথিবী ব্যাপি পৰিছে। ঈশ্বৰক কোনে বলে পাৰিব? ৰোমান বিলাকক ভুনোলোক সচ। ধৰ্ম্মত ভুক্ত কৰা হৈছে। আৰু অনেক দেশ যেনে, ফাঞ্চ, জাৰ্মানি, ইংলণ্ড, স্কটলণ্ড, আইৰলও, ৰু'ঢযা আদিব পাদি বিলাকৰ দ্বাৰা সভ্য কৰা হৈছে। অলেখ জগদ্বিখ্যাত বিশ্ববিদ্যালয় পতা হৈছে। এই বিলাকৰ ভিতৰত অকচফ, কেইমবীজ, লোভন পেৰিচ, বিনে, আদিৰ বিশ্ববিদ্যালয় প্ৰধান।