পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫১
মৃগাৱতী চৰিত্ৰ।

তোমাৰ নিমিত্তে মই ভুঞ্জিলো নিকাৰ।
মোৰ মুখে কহিতে শকতি নাহি আৰ॥
এহি বুলি আসন্তে মিলিলা যত যত।
সাৱশেষ কহিল কন্যাৰ আগত॥


১২০