পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৩
ডাক-ভণিতা।


কত জন্মে ভাতে ভাতক খাই।
কত জন্মে পৰে পৰক বায়॥
জ্ঞানীক ভাত দিয়ে তলমুকৈ খায়।
অজ্ঞানীক ভাত দিলে চাল বাৰ চাই॥

——