পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া আদি পাঠ ।

 পৰিশ্ৰম আৰু মনোযোগ বিদ্যা- শিক্ষাৰ প্ৰধান উপায়। সজ ছাত্ৰৰ গাত এই দুয়োটা গুণ থাকে।

 ৰোগ ক্ষুদ্ৰ হলেও তালৈ আওহেলা নকৰিবা। ৰোগ হোৱা মাত্ৰেই ভাল বেজৰ হতুৱাই শীঘ্ৰে চিকিৎসা কৰাব লাগে।

 আফ্ৰিকা দেশত জেব্ৰা নামেৰে এবিধ ঢেঁকীয়াপতীয়া ঘোঁৰা আছে। সেই ঘোঁৰাই পোহ নলয়। তলত তাৰ ছবি চোৱা