পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সিল 5: সিমসিমিয়া, a. থি থিাৰিয়াহিমৰ দৰে পৰ1, light, misly, ( applied to rain, ) মিমা, s. হদ, অন্ত, মুৰ, দুভাগ মাটিৰ মাজ চিন, boundary, limit, end, border, frontier, a landmark. সিমান, a. তিমান, সেই সমান, so much, the correlative of জিমান, সিমা মুৰিঅৰ্শি, a. সিমাৰ ওচৰত থকা, adjoining another's loundary. সিয়নি, ৪. বেজি বটিয়াৰে দিয়৷ গোঠনি, জোৰ। বিসেস, ewing, a stitch মিয়া, 3 . বেঞ্জি মৰা, সিপাthe act of serving, a root; s. aewed সিয়াই, ২. সিয়নি দিয়াই, সিপা ধবি, to cause to be sevel, to take root. সিয়ান, . টেঙ্গৰ, টেধৰ, বু জন, artful, cunning, s}y, knowing . সিয়াল, 0. মুগাল, a jackal, a fox. সিয়ালকটাহি,%. সিরালৰ মুতৰ গোন্ধ, olor of the urine of canine animals. সিয়াল গলাa. সিয়ালৰ গালৰ দৰে ওফোন্দ। গলাগালৰ ৰোগ বিসেস, having prominent cheeks ike the jackal. সিয়াল নেভিয়া, s. এবিধ বন, সিয়ালৰ নেজৰ দৰে, a species of grass, সিৰ, s. মুৰ, সৰিলাৰ তেজ চল। নগা বা নাবি, তোৰ৷ ধৰা সুত, চতি পাত্ৰ আদিত উচা সিৱ ব৷ ধাৰ, the head, a nerve, simew, endor, bloodvessel, vein, artery, the pulse ; the corner or $harp edge of a board, inber c. সিফট, a. খি লঙিয়াকেলেহুআ নোহোআ, long settled in a place, not dependent on others. সিৰল , s. নাঙ্গল বোআত হোআ লোৰ, a furrow made by ploughing. সিৰল আ, a.। হালবাই নমৈওআকৈ থোআ, ploughed but not harrowedl, সির্সিৰাই, ৮. সিৰ জোকাৰ খাই, জিকমিকাই, উকি, ॥o shirer, to be agitated or suddenly angry মিৰাs. ৰোগ বিসেম, মিবত হোআ বেদনা, a kind of muscular disease সিৰামুৰি , ৪. সিৰ টানি ধৰ।, an intoluntary contraction of the nmuscles সিৰিক কৰে,) এd. অকস্মাত ( সিৰ লৰি,) সৰিৰ মাজে হোআ জাৰৰ সিৰিকাই, জোকাৰ বিসেস, suddenly wiuging, (of mascles. ) সিৰিকিয়াই, ৯. পেট অ্যাঙ্গোৰ পাঙ্গোৰ কৰি মুখৰ পানি ওত্যাই, \o cructate acid mater from the soInach সিপি, ৪. ^ এচাৰিৰে কোব মৰাত উঠা সবদ, the sound produced by the concussion of the air in striking with a whip &c. সিপিনি, এ. চেকনি, সৰু এচাৰি, a switch, a small Whip. সিৰোধাৰ্জী, a. সিৰত তুলি লব লগাit. placing on the head in token of respect ; worthy to be respected, obeyed or regarded. সিল, ৪. পাথৰ, মিলা, a rock, a stonea hail stone.