পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সিলকোমোৰা, s. এবিধ দি ঘল কোমেৰিl, a species of gourd. সিল গটি, s. সৰু সিল, a small stone, a pebble. সিলনি, s. সিল থকা ঠাই, a stony or rocky place ; a. stony, rocky. সিসিলিয়. a. দিঘলিয়া, আচাৰিৰ নিচিনা আগলৈ সৰু হৈ জোআ, long, slender and tapering like a switch. সিলাs. See মিল. সিলাকটিয়াসিলব কম কৰা লোক, a stone cutter, a stone mason, সিলাকুটি, } সিলাধমন, s. এবিধ ৰোগ, a kernel or hard concretion in the flesh সিলাব্ৰিষ্টি, ৪. সিল পৰ৷ বৰখন, a hail storm. সিলিখা, s. হৰিতকি, উসধিয় গচ বা গুটি এবিধ, a species of myroba. lau : the tree and its fruit. সিলিখ1মনি, s. নিলিখা:ৰ আঞ্জাৰে মনি বিসেস, চিপাত। মনি, a kind of bead resem ng the seed of the above tree. সিপকৰম, ৪. চিত্ৰ আদি কৰা বন, a work of art, handicraft. সিপ বিদ্যা, s. সজ। পৰ। বিদ্যা, চিত্ৰ আদি কৰ। বিদ্যা, the mechanical aris, handicraft, trades, সি ৱ, s. মহাদেওমহেস, হৰ, Hium) or ohesubor, the destroyer ; the third in the hindoo triad. সিৱৰাত্ৰি, ৪. ফাগুনৰ ক্ৰিয়া চতুর্দসি তিথি, the night of the fourteenth day of the noon's wane, in the month Fagun sacred to Hion . সিৱলিঙ্গ, s. ৷ মাটি আদিৰ সজা সিৱ, সিৱৰ চিন বিসেস, the phallus repre sentation of Hiwo, extensively worshiped by the hindoos. সিৱলোক, ৪. কৈল্যাস, সিৱৰ থান, oitab the heaven of IIion). সিৱা, s. দর্গা, সাদাসির ভাড্য, পার্বতি, Durga, Parboti, the wife of Iivo. সিসিয়নি, ৪. পানি উতলিবলৈ ধৰাত উঠসবদ, the simmering sound of water when near the boiling point. সিসিয়াই, 0.া সিসিয়নি আহি, জাৰ লাগি, to make the above sound; to shiver, as with cold. সিস, s. সৰু লৰ। চোআলি, an infanta child under eight years. সিমুপাল, s. এবিধ জামু কলিয়৷ উতম পাটৰ ৰিহাক্ৰিষে বধ কৰ৷ ৰজা এজন, a kind of silk fabric, an ancient king slain by Krishnoo. সিষ্ট, a. ভদ, সন্ত, সজ আচৰন কৰোঁতা, polite, well behared, mannerly মিষ্টাচাৰ, s. উতম আচাৰ, politeness, civility, good manners, etiquette. সিস্য, s. চাতৰ, মিচ, সেৱকিয়, ভকত, a pupil, disciple or worshiper