পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভিন্ম ভিণ্ডাকাৰ, d. উখাহা, ওফন্দাভিকাৰ, swollen, pufed out. ভিত, a. ভই পোআ, ডৰোআ, সাজুক্ত, frightened, alarmed, afraid, terrified, ভিতৰ, ৪. মাজ ঠাই, প্ৰান্তৰ, মাজ, অভ্যন্তৰ, the middle ; d. inside & c. ভিতৰি, a. গপুতে, অপ্রকাসে, মনে মনে, তলে তলে, secretly, privately. ভিতৰুআল, ad. লাগতিয়াল, ভিতৰত থকা ব৷ ফুৰাভিতৰ সমন্ধিয়, having free access to or •elating to the inside of a house; hence trusted. confided in ভিতৰে ভিতৰে, ad. মাজে মাজে, আঁতে ভাতে, পেটে পেটে, through the middle, withim, secretly, privately ভিন, a. বেলেগ, প্ৰিথক, একে নোহোআl, different. separate, distinct. ভিনিহি, $, বাএকৰ গিবিএক, an elder sister's husband ভিনে ভিনে, ad. বেলেগে বেলেগে, প্ৰিথকে প্ৰিথকে, separately, singly. ভিমা, s. পাচ পাণ্ডৱৰ দ্বিতিয় জন, কুহিয়াৰ সালৰ চেপা জতন, ভয়ানক, the second of the five Pandoo princes, mentioned in the IMahabharat; a roller a native sugar mill. ভিমকলা৪. আঠিয়া কল৷ এবিধ, a species of large plantain. ভিমটোকাs. ভালকৈ বান্ধ নোলোআ৷ গৰু, an imperfectly emasculated ox. ভিমদল, , a. বৰকৈ উখহা, বৰকৈ ওফন্দাbulging, much swollen. ভিমদলে, ভিমবাজ, s. মানুহৰ মাত লোআ এবিধ কলা চৰাই, এবিধ ঔষধিয় বন, the Bhimrgyi, a species of singing bird; a medicinal plant. ভিৰ, s. ভৰ, হেঁচা, দেl, pressure, a bend, a curve; with খাই, or লৈ, to bend, to curve ভিৰখোআ, a. হলা, দে1 খোআ1, bent, bowed, curved. ভিৰাই, ৬. বেঁ।আই, হলাই, ঘোৰাই, দুটা মহৰ ভৰি একে লগে জু টি, to bend, to curve; to bind the two feet of two buffaloes together. ভিৰাই লৰ মাৰি, 3. উভতি বৰকৈ লৰ মাৰি, to run rapidly, to flee back, to retrace one's steps. ভিৰাল, a. পুৰ হোআ, সকত আৰু গধুৰ, filled out, plump and heavy. ভিৰি, a. অকামিলাকামৰ নোহোআ, মোহৰ নমৰা ৰুপ, useless, un. serviceable; with ৰুপ, uncoined silver. ভিৰোআ, ৪. Iোওআl, ভিৰ খুউআ, causing to bend &c. see ভিৰাই . ভি মুম, ৪. কুৰু পাণ্ডৱৰ ককাক, Bhismo, the grandfather of the five Pandoo princes, famous in the Mahabharat. ভিস্পর্ব, s. মহ। ভাৰতৰ সষ্ট পর্বthe sixth volume of the Mahabharat .