পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভ ট 483 , s. প্ৰিথিবি, বুজ, বোধ, গ্যান, চুর্তি, the earth, understanding, knowledge, information, conception, consciousness. ভআ1, ৫. ফাকি, চল, ভাকিভুকন, deceit, deception. ভুআ জি, . চল কৰি, ফাকি দি, ভুলাই, to deceive , to impose upon. ভূই, ৪. ভূমি, বোক৷ দিয়৷ ৰুপিত মাটি, land, soil prepared for rice. ইকপ, s. ভমি কম্প, প্ৰিথিৰি লৰ, an earthquake. ভূ ইথোৰা, s. মাটি ফুটি ওলোআ সকত গজালি, a large sprout from the earth ভ ইয়া, s. উতৰ কোলৰ আগ কালৰ ৰাজবংসিয় প্রধান লোক বিসেস, a . forner privileged class of the Assamese nobility ইলতা, ৪. কেচ, an earth , worm. দুৰ, a. উটআই অনা জাপে জাপে বদ্ধ বাহু কাঠ আদি, কলপটআ আনি, বে সজা নৈ পাৰ হোআ জতন, a raft, a float শু কন, ৪. পেটত আহাৰ আদি গোট খাই থকা ডাঙ্গৰ নাৰি বিসেস, the paunch, the belly. তৰি, ০. ফটি, প্রকাস হৈ, to break and flow out( as a se g ;) fg. to become public ভুকনি, . কুকুৰ আদিৰ মাত, the barking of a dog. ভুকি, . কুকুৰে ৰাও কৰি, ৰৌৰৌআই, to bark. তত, . মুঠি এৰে কৰ৷ প্ৰহাৰ, a blow with the fist. শুকুআই, ৫. ভুকু মাৰি, মুঠিৰে মাবি, to strike with the fist. ভগি, 0. ভোগ কৰি, ভুঞ্জি, সুফি, ভোগ কৰে।তl, to enjoy, to suffer. ভগোল, ৪. প্ৰিথিবি মগুম, the earth, the terrestrial globe ভূগোল বিদ্যা, s. প্ৰিথিবিৰ বিৱৰনৰ বিন্যা, the science of geography. , s. \ মাটিতে ফুলা ফল এবিধ, a species of flower. ভচৰ, a. মাটিত ফ-ৰাতাterreerial, moring on land; s. a land animal . ভূজ, s. বাহু. হত্তহাত, মাটিৰ অষ ভাগৰ পৰিমান, the hand, the arn, in mathematics the limes that bound a place figure. ভজঙ্গ, e. কথাৰ নাল, সর্প, an expletive or word not necessary to the sense but used merely to fill up the measure; a serpent. ভুজপত্র, চালৰ পাত ও এবিধ গচৰ , the bark of a tree used as a substitute for paper in writing. নাই, । গু. ভোজন কৰাই, খুআই, দুখ সুখ ভোগ কৰাই, to feed, to ভুঞ্জাই, entertain, ( as a guest,) to give pleasure or pain to another. ভুঞ্জি, ৬. ভোগ কৰি, খাই, ভুগি, to enjoy or sufer, to experience &c. ভুটকুৰা, এ. কটিয়া, চুটি, ঘিটিা, short, dwarfed, stinted in growth. ৪