পৃষ্ঠা:Su swasthyar aadhar.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫)চুকাশাকঃ টেঙা স্বাদৰ বাবে ইয়াকচুকা টেঙা নামেৰেও জনা যায়। পেটৰ বিভিন্ন ৰােগ, মূত্রনলীৰসংক্রমণ,জণ্ডিছআদিতউত্তমপথ্য। ১৬) পিৰালি পালেংঃ দেখাত পালেং শাকৰ দৰেই পিৰালি পালেং। ইয়াত থকা বিভিন্ন অত্যাৱশ্যকীয় উপাদান, এন্টিঅক্সিডেন্ট, ফ্লভেনয়ছয় বাবে ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধিত সহায় কৰে, কলেষ্ট্রল, মেদবহুলতা, হার্টৰ অসুখ, ডায়েবিটিছ আদিতাে উপকাৰ দিয়ে। ১৬) মৰলীয়া শাকঃ অসমীয়াত এষাৰ কথা আছে-‘ঘাইশাকমৰলীয়া। ১৭) পটৌন শাক কৌষ্ঠকাঠিন্য, ৰক্তহীনতা, মুত্ৰজনীত ৰােগ, উচ্চ ৰক্তচাপৰ বাবে উপকাৰী। মাছৰ লগত বনােৱা পনৌনৱা শাকআঞ্জাবৰ সােৱাদলগা। ৪২