পৃষ্ঠা:Su swasthyar aadhar.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮) জিলমিলশাকঃ জিলমিল শাকক ভতুৱা শাক বুলিও জনা যায়। ই কৃমি নাশক, ৰক্তশােধক আৰু বাতবিষ, মূত্রজনিত ৰােগ, ৰক্তহীনতা, অৰ্শ ৰােগআৰুদাঁতৰ ৰােগতউপকাৰী। ২০) দোৰােণশাকঃসংস্কৃতত দ্রোণপুষ্পবুলি জনা যায়। জণ্ডিচ, ছালৰ ৰােগ, পেলুৰ সমস্যা, হাপানী বা এজমা, তনচিলাইটিছ, চাইনা- ছাইটিছ, ফেৰিঞ্জাইটিছ আদি ৰােগত দোৰােণ শাক উপকাৰী। জালুক, নহৰু দি পাতত সেকি খালেউপকাৰ পােৱা যায়। ২১) বন জালুক ঃ তনছিলাইটিছ, ফেৰিঞ্জাইটিছ, মুত্ৰনলীৰ সংক্ৰমণ, হাপানী, নিউমনিয়া, জণ্ডিচ, আৰ্থৰাইটিছআদিতউপকাৰী।প্রসুতি স্ত্রীৰ বাবে বনজালুক আৰু অন্য বনশাক মিহলিজালুকীয়াআঞ্জাঔষধিব্যঞ্জন। 80