পৃষ্ঠা:Su swasthyar aadhar.pdf/২৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হৰম'নৰ বিসংগতিৰ বাবে এই ৰােগ হ'ব ৰজঃনিবৃত্তি বুলি কোৱা হয়। এই সময়ত পাৰে। এইৰগৰ লক্ষণ আৰু কাৰণ সমূহৰ মহিলাসকলে বুকু ধপধপােৱা, অজীর্নতা, ওপৰত নিৰ্ভৰ কৰি হােমিঅ'পেথিক মুৰ ঘূৰােৱা বা কামােৰা, অতিপাত ঋতুস্ৰাৱ চিকিৎসা কৰিলে আৰােগ্য লাভ কৰিব হােৱা, গাৰ পৰা তাপ ওলােৱা, অতিপাত ঘমা পাৰি৷ এইবােগৰ কেইটামান কার্যকৰি ঔষধ বা প্রস্বাৱ হােৱা আদি উপসর্গত ভােগা দেখা হ’ল— চাইনা, হেমামেলিচ, কেলকেৰিয়া যায়। এই উপসর্গ সমূহত ব্যৱহাৰ হােৱা কার্ব, এমব্রা গ্রেচিয়া, ফেৰাম মেট, চেবাইনা, কেইটামান ঔষধ হ’ল ও জেলচিমিয়াম, চিকেলি কৰ, ত্রিলিয়াম পেণ্ডুলাম আদি। চিমিচিফিউগা, হেলােনিয়াচ, কনিয়াম মেক, লেকেচিচ, চিপিয়া, চালফাৰ আদি। (৫) শ্বেতপ্রদৰ (Lucorrhoea) : জৰায়ুৰ আৱৰক, জৰায়ুৰ অভ্যন্তৰ আৰু (৭) ডিম্বকোষৰ টেমুনা (Orarian জৰায়ুৰ মুখৰ পৰা যিবােৰ ৰস Tয়, তাক Tumour) : মহিলাৰ ডিম্ব কোষত বিভিন্ন প্রদৰ বুলি কোৱা হয় আৰু এই ৰসৰ ৰঙ কাৰণত বিভিন্ন ধৰণৰ টেমুনা বা চিষ্ট হ'ব প্ৰায়েইবগা বা বগা-হালধীয়া হয় বাবে ইয়াক পাৰে। বহুসময়ত এই টেমুনা সমুহে কোনাে শ্বেতপ্রদৰ বােলে। কিন্তু জৰায়ুৰ কোনাে ধৰণৰ লক্ষণ সৃষ্টি নকৰে বা কোনাে অসুবিধা বেক্টেৰিয়া জাতীয় সংক্ৰমণৰ বাবে হােৱা নিদিয়ে বা বিশেষ চিকিৎসা প্রয়ােজন প্ৰদৰক শ্বেত প্ৰদৰ বুলি ধৰা নহয়। আনহাতে নহয়। কিন্তু কেতিয়াবা এই টেমুনাবােৰে যৌৱন অৱস্থা (puberty), গৰ্ভধাৰণ, জটিল ৰূপ ধাৰণ কৰে। আনকি ইয়াৰ পৰা ডিম্বানুৰ নিসৰণ আদি সময়ৰ প্ৰদৰক কৰ্কটৰােগগা হােৱা দেখা যায়। এইৰােগ হলে সাধাৰণতে স্বাভাৱিক বুলিয়েই ধৰা হয় আৰু হঠাৎ তলপেটত অসহ্য বিষ হােৱা, জ্বৰ উঠা, চিকিৎসাৰ প্ৰয়ােজন নহয়। চাফ-চিকুনতা স্ৰাৱ হােৱা আদি লক্ষণে দেখা দিয়ে। বজাইৰখা, বেচি উত্তেজক খাদ্য খােৱা আদিৰ ডিম্বকোষত হােৱা টেমুনা সােনকালে ধৰা পৰা বিৰত থাকি পুষ্টিকৰ আহাৰ গ্ৰহণ কৰি এই পেলাই হােমিঅ'পেথিক ঔষধ সেৱন কৰিলে ৰােগৰ পৰা হাত সাৰিব পাৰি। এইৰােগত এই ৰােগ আৰােগ্য কৰিব পৰাও যায়। সততে ব্যৱহাৰ হােৱা কেইটামান ঔষধ হল ঃ ব্যৱহাৰ হােৱা কেইটামান ঔষধ হল বােৰাক্স, বােভিষ্টা, কেল কার্ব, চাইনা, কোনিয়াম মেক, লেকেচিচ, এপিচ মেল, ক্রিয়জোট, পালচেটিলা, নাক্স ভােমিকা, গ্রেফাইটিচ, কেলি ব্রোম, নাজা, থুজা আদি। নাইট্রিক এচিড়াম, স্ট্রোম মিউৰ, চিপিয়া, চালফাৰ আদি। (৮) বন্ধ্যাত্ব (Sterility)ঃ পুৰুষ বা মহিলাই সাংসাৰিক জাপন কৰাৰ পিছতাে () 76: Fafe (Menopause) : সন্তান জন্ম দিব পৰাৰ ক্ষমতা নােহােৱাকে আমাৰ দেশত সাধাৰণতে মহিলাসকলৰ বন্ধ্যাত্ব বুলি কোৱা হয়। মহিলাৰ ক্ষেত্ৰত ঋতুস্ৰাৱ ৪৫-৫০ বছৰৰ ভিতৰত বন্ধ হ’ব ইয়াৰ জননাংগৰ বিভিন্ন সমস্যা যেনে— ধৰে। স্বাস্থ্যৱতী মহিলাৰ ৫৫ বছৰমান জননাংগৰ গঠনৰ বিক্রিতি, ডিম্বনলী বন্ধ, বয়সতাে ঋতুস্ৰাৱ চলি থাকিব পাৰে। ডিম্বনলীৰ প্রদাহ, আদিৰ লগত অন্যান্য মাহেকীয়া বন্ধ হােৱাৰ এই সময়ছােৱাকে সংক্রমণ বা ৰােগৰ বাবেও বন্ধ্যাত্ব হ’ব।