পৃষ্ঠা:Su swasthyar aadhar.pdf/২৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাৰে৷ আকৌ পুৰুষৰ শুক্র তাৰল্য, ধাতু হােমিঅ'পেথিক ঔষধ প্রয়ােগ কৰি অতি দৌর্বল্য, জীৱিত শুক্ৰানুৰ পৰিমাণ অভাব সুফল পােৱা যায়। এই ক্ষেত্ৰত ব্যৱহাৰ হােৱা আদি সমস্যাৰ বাবে বন্ধ্যাত্ব হয়। এই ৰােগৰ কেইটামান ঔষধ হল- বেলাড’না, ক্ষেত্ৰত উপযুক্ত হােমিঅ'পেথিক ঔষধ কোনিয়াম মেক, ব্রয়ােনিয়া, ফাইটোলাক্কা, প্রয়ােগ কৰি বহুক্ষেত্ৰত সুফল পােৱা যায়। লেক-কেন, হিপাৰ চালফ, চাইলিচিয়া, থুজা এইক্ষেত্ৰত মহিলাৰ বাবে ব্যৱহাৰ হােৱা আদি। হােমিঅ'পেথিক চিকিৎসাত কর্কট কেইটামান ঔষধ হ’ল ও কোনিয়াম মেক, বােগৰ বাবেও উপযুক্ত ঔষধ আছে। প্রথম স্ট্রোম মিউৰ, ফচফৰাচ, পালচেটিলা, অৱস্থাতে এই ৰােগ ধৰা পেলাই উপযুক্ত কেলকেৰিয়া কার্ব, কেলকেৰিয়া ফ্ল’ৰ আদি। চিকিৎসা প্রদান কৰিব পাৰিলে এই ৰােগাে আৰােগ্য হােৱাৰ বহু উদাহৰণ আছে। ৯) স্তনৰ বিষ, ফোঁহা, টেমুনা, কর্কট আদি (Pain of breast, bscess, ১০) হিষ্টিৰিয়া (Hysteria) ঃ এই Tumour, cancer etc.)ঃস্তনৰ বিষ, ফেঁহা, ৰােগৰ হােমিঅ'পেথিক চিকিৎসাৰ বিষয়ে টেমুনা আদিত লক্ষণ অনুযায়ী উপযুক্ত এই গ্রন্থৰ মানসিক ৰােগৰ বিভাগ চাওঁক। ২২০