পৃষ্ঠা:Su swasthyar aadhar.pdf/২২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আয়ড, এন্টিম টার্ট, নেট্রাম চালফ, স্পনজিয়া, হােমিঅ'পেথিক ঔষধ প্রয়ােগ কৰি তাক হিপাৰ চালফ ইত্যাদি। আৰােগ্য কৰিব পাৰি। গ্রহণী ঃ খাদ্যনলী আৰু পেটৰ বিভিন্ন নােগঃ পেটৰ বিষ : নৱজাতক বা শিশুৱে গ্রহণী ৰােগত অত্যাধিক গাখীৰ খাওতে অত্যাধিক বায়ু সেৱন কৰা, পনীয়া শৌচ হােৱা বাবে দেহত পানীৰ বেছিকৈ খুওৱা, বদ হজম, কোষ্ঠকাঠিন্য, পৰিমাণ কমি যায় আৰু দেহত পানীৰ পেলুৰ সংক্ৰমণ আদিৰ উপৰিও বিভিন্ন পৰিমাণ কমি গলে ৰােগী দুর্ভল হােৱাৰ বীজাণুৰ দ্বাৰা আক্ৰান্ত হৈ পেটৰ বিষ হ’ব লগতে বিভিন্ন জটিলতা দেখা দিব পাৰে। পাৰে। সেয়েহে পেটৰ বিষৰ কাৰণসমূহ সেয়েহে ৰােগীক যথেষ্ট পৰিমাণে WHO আঁতৰাইলক্ষণভিত্তিক হােমিঅ'পেথিক ঔষধ অনুমােদিত ORS খাব দিব লাগে। গ্রহণী প্রয়ােগ কৰি পেটৰ বিষ নিৰাময় কৰিব পাৰি। বিভিন্ন কাৰণ আৰুলক্ষণৰ ওপৰত নিৰ্ভৰ কৰি সচৰাচৰব্যৱহাৰকৰাঔষধসমূহহ'ল-নাইট্রিক হােমিঅ’পেথিক ঔষধেৰে এই ৰােগ আৰােগ্য এচিডাম, কেলকেৰিয়া কার্ব, নেট্রাম মিউৰ, কৰিব পাৰি।সচাৰাচৰ ব্যৱহাৰ হােৱা কেতবােৰ এলুমিনা, কেলকেৰিয়া ফছ, এন্টিম ক্রুড, ঔষধ হ’ল-এলােচক, পডােফাইলাম,ক্রটন চাইলিচিয়া, নাক্স ভােম, চাইকুটা আদি। টিগ, ব্ৰায়নিয়া, চাইনা, নেট্রাম চালফ, মেগ কার্ব, ৰিউম, ভেৰেট্রাম এ আদি। পেলুৰ সংক্ৰমণ : চিনা, টিউক্রিয়াম, চেন্টোনাইন, স্পাইজেলিয়া, চেবাডিলা, বমি হােৱা বা বমি ভাব থকা ? কেলকেৰিয়া কার্ব আদি ঔষধ লক্ষণ ভেদে অত্যাধিক বমি হােৱাৰ বাবে দেহৰ পানীৰ প্রয়ােগ কৰি বিভিন্ন পেলুৰ সংক্ৰমণৰ পৰা ভাৰসাম্য বজাই ৰাখিবলৈ ORS খাব দিব আৰােগ্য লাভ কৰিব পাৰি। লাগে। বমি বা বমি ভাব অহাৰ কাৰণ আৰু লক্ষণৰ ওপৰত নিৰ্ভৰকৰি এই ৰােগ আৰােগ্য শিশুৰ প্ৰস্ৰাৱ সম্বন্ধীয় কিছুমান সমস্যা ও কৰিব পাৰি। সচৰাচৰ প্ৰচলিত কেতবােৰ ১)প্ৰাৱলীৰসমস্যাঃ এপিচ মেল, হােমিঅ'পেথিক ঔষধ হ’ল - ইথুজা, কেৰিচ, ইকুয়িজিতাম, মার্ক চ’ল, ইপিকাক, ফেৰাম মেট, পালচেটিলা, চাচাপৰিলা আদি ঔষধ। ফচফ’ৰাচ, নাক্স ভমিকা, কেলকেৰিয়া ফছ, ২) প্ৰাৰদ্বাৰৰ সমস্যা ঃ এপিচ মেল, এন্টিম টার্ট, ভেট্রোম আদি। কেছাৰিচ, বার্বাচি আদি ঔষধ ব্যৱহৃত হয়। কোষ্ঠকাঠিন্য ঃ শিশুৰ কোষ্ঠকাঠিন্য শিশুৰ কেইটামান ছালৰ সমস্যা ও ৰােগত এলুমিনা, চাইলিচিয়া, মেগ মিউৰ, ১) টিনিয়া ইনফেশ্বনঃ বেচিলিনাম, নেট্রাম নাক্স ভােম, ব্রায়’নিয়া, চেনিকুলা আদি মিউৰ, চিপিয়া, টেলুৰিয়াম, ক্লেমেটিন। ২০৯