পৃষ্ঠা:Su swasthyar aadhar.pdf/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধাৰণকাহঃ টচিলাইটিচঃ ই এটি ৰােগৰ উপসর্গ। বিভিন্ন শিশুৰ ক্ষেত্ৰত সঘনাই দেখা দিয়া আন কাৰণবষত শিশুৰ ক্ষেত্ৰত এই লক্ষণে দেখা এটি বেমাৰ হৈছেচিলাইটিচ। এই ৰােগত দিয়ে। অভিজ্ঞ হােমিঅ’পেথিক চিকিৎসকে টনচিল উখহাৰ লগতে ডিঙিৰ বিষ আৰু ৰঙা ইয়াৰ মূল কাৰণ নির্বাচনকৰি এইকাৰণসমূহ পৰা, জ্বৰ, খােৱাত কষ্ট পােৱা,মূৰৰ বিষ আদি আতৰাই লক্ষণভিত্তিক ঔষধ আগবঢ়ালে সমস্যাসমূহ দেখা যায়। লক্ষণ অনুযায়ী দিব সুফল পােৱা দেখা যায়। কিন্তু কেতিয়াবা পৰা হােমিঅ'পেথিক ঔষধ কিছুমান হ'ল- সাধাৰণকাহৰপৰা গৈনিউমনিয়া,ব্রংকাইটিচ, বেলাড’না, হিপাৰ চাল, বেৰাইটা কার্ব, মার্ক হুপিংকাহআদিহ'ব পাৰে আৰু এনে অৱস্থাত চ’ল, মার্ক বিন আয়ড, মার্ক প্রট’ আয়দ, অভিজ্ঞ হােমিঅ'পেথিক চিকিত্সকৰ পৰামৰ্শ ফাইট’লাক্কা, লেক কেন ইত্যাদি। ল'ব লাগে। সাধাৰণতে ব্যৱহাৰ হােৱা ঔষধ সমূহ, যেনে- একোনাইট, এমন কার্ব, বেলাড’না, ব্রায়’নিয়া, আর্চ এলবাম, নাক্স ভােমিকা, স্পঞ্জিয়া ইত্যাদি। পাৰি। চাইনাছাইটিছঃ শিশুৰ ক্ষেত্ৰত সঘনাই দেখা দিয়া সমস্যা এটি হৈছেচাইনাচাইটিচ। এইবিধ ৰােগ যদিও শল্য চিকিৎসাৰ অন্তৰ্গত ইয়াক শল্য টচিলাইটিচ চিকিৎসাৰ সহায় নােলােৱাকৈ হােমিঅ'পেথিক চিকিত্সৰে আৰােগ্য কৰিব লক্ষ্যণৰ ওপৰত ভিত্তি কৰি হাঁপানীঃ এলিয়াম চিপা, আর্চ আয়ড, ডালকামাৰা, শিশুৰ ক্ষেত্ৰত এই ৰােগটোবাৰুকৈয়ে চেংগুইনেৰিয়া কেন, চেগুইনেৰিয়া নাইট, দেখা যায়। হাঁপানী ৰােগ এলার্জি জনিত নেট্রাম মিউৰ, পালচেটিলা ইত্যাদি সাধাৰণতে কাৰণত হােৱাৰ উপৰিও বংশানুক্রমিক, ব্যৱহাৰ কৰা দেখা যায়। পাৰিপাৰ্শ্বিক আদিকাৰণৰ বাবেও সাধাৰণতে এই ৰােগটো হােৱা দেখা যায়। এই ৰােগত ৰােগীৰ শ্বাস-প্রশ্বাস কষ্ট পায়, কাহৰ সৈতে ডিঙি আৰু বুকুৰ পৰা সুহুৰি মৰাৰ দৰে শব্দ হয়। লক্ষণ অনুযায়ী বিভিন্ন হােমিঅ'পেথিক ঔষধ প্রয়োেগ কৰি এই ৰােগৰ পৰা সুফল পােৱা দেখা যায়। যেনে- ইপিকাক, আর্চ Sinuses Frontal Ethmoid Maxillary ২০৮