পৃষ্ঠা:Su swasthyar aadhar.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অকালতে চুলি পকা আধুনিক যুগত নিত্য পঠাবলৈ বা ধ্বংস কৰিবলৈ কিছুমান নৈমিত্তিক ঘটনা হৈ পৰিছে। মানুহে সহাঁৰি জনাই যাক এন্টিবডি বুলি কোৱা নানাধৰণৰ চিকিৎসা কৰি বিশেষ ফল হয়। আমাৰ শৰীৰৰ ৰােগ প্ৰতিৰােধক পােৱা দেখা নাযায়। আয়ুর্বেদ শাস্ত্রমতে ক্ষমতাই আমাক নিয়মিত ভাবে এই ৰক্তমােক্ষণ, বিৰেচন আৰু নানা ধৰণৰ এলার্জেন বিলাকৰ পৰা সুৰক্ষা দি আছে। ভস্ম যেনে হস্তীদন্ত ভস্ম, ভূংগৰাজ শৰীৰত সৃষ্টিকাৰী এই এলার্জেন বিলাক ইত্যাদি প্রয়ােগেৰে এনেবােৰ বেমাৰ ভাল শৰীৰত প্ৰৱেশ কৰাৰ পিছত এই এন্টিজেন কৰিব পাৰি। থাইৰয়ড গ্রন্থিৰ বিকৃতি আৰু বিলাকক শৰীৰৰ পৰা উলিয়াইপঠাবলৈ বা আধুনিক যুগত প্রয়ােগ কৰা বিভিন্ন ধ্বংস কৰিবলৈ তেজৰ শ্বেতৰক্ত কণিকা ৰসায়নিক দ্রব্য প্রয়ােগৰ ফলত এনেবােৰ বিলাকে এন্টিবডি সৃষ্টি কৰে। এই এন্টিবডি বেমাৰ হয়। গতিকে আয়ুর্বেদ শাস্ত্রত বিলাকৰ কাম হ’ল এন্টিজেন বিলাক চিনাক্ত উল্লেখ কৰা প্রাকৃতিক দ্রব্য প্রয়ােগৰ দ্বাৰা কৰি তাক ধ্বংস কৰা । কিন্তু কেতিয়াবা এনেবােৰ সৌন্দৰ্য্য নাশ কৰা বেমাৰবােৰ কিছুমান শৰীৰৰ হানি বিঘিনি ঘটোৱা ভল কৰা হয়। পদার্থকো শৰীৰ এলার্জেন্ট হিচাপে গণ্য এটি পৰিচিত সমস্যা এলার্জী কৰি এন্টিবডি উৎপন্ন কৰে যেনে আপােনাৰ সঘনাই চর্দী, পানী- প্ৰটিনজাতীয় কিছুমান খাদ্য কচু, বেঙ্গে লগা হৈ থাকে নেকি ? অকমান ঠাণ্ডা ইত্যাদি। ভিন ভিন এন্টিজেনৰ এন্টিবডিও লাগিলেই নাক বন্ধ হৈ যায় বা নাকৰ পৰা ভিন্ন ভিন্ন হয়। অৱশ্যে এটা কথা যিকোনাে পানীওলাবলৈ ধৰে নেকি? ঋতু পৰিবর্তন পদার্থই এলার্জীৰ সৃষ্টি কব্বি পাৰে বা বা ঠাণ্ডা গৰম পৰিবেশ সলনি হােৱাৰ এলার্জেন্ট হিচাপে ক্রিয়া কৰিব পাৰে । ভিন ফলত বা অকমান ধুলি বালিৰ সংস্পর্শত ভিন মানুহৰ বাবে এলার্জেনাে ভিন ভিন্ন হয়। স্বাস-প্রস্বাস লােৱাত অসুবিধাৰ সৃষ্টি হয় সচৰাচৰ আমি দেখা কীট-পতংগৰ শুং বা নেকি নে নেৰানেপেৰাকৈ হাঁচিয়াবলৈ কামােৰণি (যেনে মহৰ কামােৰণি, মৌ বা ধৰে? কিবা খাদ্য বস্তুৰ সেৱনৰ ফলত গা বৰলৰ শুং), কিছুমান খাদ্য পদার্থ যেনে- বিজবিজাই আৰু খজুৱতি হয় নেকি এই মিছামাছ, বেঙেনা, কণী ইত্যাদি আৰু সকলােবিলাক প্রশ্নৰ উত্তৰ যদি হয় বুলি পােহনীয়াজীৱ-জন্তুৰ নােমআদিয়েইপ্রধান। কয় তেন্তে ইয়াৰ মূখ্য কাৰণ হব পাৰে যেতিয়া আমাৰ তেজত থকা লাের্জী। এলার্জী হল আমাৰ শৰীৰৰ ঘটা এন্টিবড়িয়ে কোনাে এটা এন্টিজেন বা এক ধৰণৰ বিৰূপ প্রতিক্রিয়া। এলার্জেন চিনাক্ত কৰে আৰু তাক কোনাে এলার্জেন যেনে ধুলি, আক্রমণ কৰে সেই এন্টিবডি বিলাকে বালি, ঠাণ্ডা, ঋতু পৰিবৰ্তনত কোনাে কিছুমান ৰাসায়নিক পদার্থ ক্ষণৰ কৰে খাদ্যবস্তু, ঔষধ ইত্যাদিৰ প্ৰভাৱ শৰীৰে যাক হি ষ্টামিন বুলি কোৱা হয়। সহ্য কৰিব নােৱাৰিলে কিছুমান বিৰূপ সাধাৰণেতে এই সময়ত আমাৰ শৰীৰৰ প্রতিক্রিয়াৰ সৃষ্টি হয় আৰু শৰীৰে এই কোষ বিলাক উত্তেজিত হয় আৰু এই এলার্জেন বিলাক শৰীৰৰ পৰা আতৰাই কোষ বিলাকৰ পৰাই এন্টিবডি নির্গত