পৃষ্ঠা:Su swasthyar aadhar.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

healthy liver cirrhosis লিভাৰ চিৰােছিছ বিকল ৰােগ বা যকৃত মানৱ শৰীৰৰ আটাইতকৈ মূল্যৱান অংগ চিৰােছিছৰকাৰণ তথা গ্রন্থিটোৱেই হ’ল যকৃত বা লিভাৰ। ১। অত্যাধিক মদ্যপান কৰা। যকৃতে খাদ্য হজম কৰাৰ পৰা আদি কৰি খাদ্যসমূহৰ পৰিপাক প্রক্রিয়াত মুখ্য ২। যকৃতৰ সংক্রমণ যেনে হেঁপাইটিজ বি আৰু চি ৰােগত ভােগা ৰােগীয়ে ভূমিকা লয়। সেয়েহে আমি খােৱা ভাইৰাছ বীজাণু নাশক ঔষধ সেৱন খাদ্যসমূহ পৰিপাক হৈ সূক্ষ্ম কণালৈ নকৰিলে পৰবৰ্তী সময়ত এই ৰােগত ৰূপান্তৰিত হৈ কোষ সমূহক সন্তুলিত আৰু সবল কৰি ৰখাত যকৃতেই মুখ্য ভূগিব পাৰে। ভূমিকা পালন কৰে। ইয়াৰােপৰি ৰক্ত ৩। অত্যাধিক বিষ নাশক ঔষধ সেৱন। গােট মৰা, প্রয়ােজনত ৰক্ত উৎপাদন কৰা, তথা যকৃতৰ অনিষ্ট সাধন কৰা ঔষধ বীজানুৰ পৰা শৰীৰটোক বচাই ৰখা, সেৱন কৰা। শৰীৰৰ ভিতৰত জমা হােৱা বিষাক্ত তত্ত্ব ৪। অন্য কেতবােৰ মাদক দ্রব্য যেনে। সমূহ ধ্বংস কৰাত লিভাৰ তথা যকৃতে বহুদিনলৈ ভাং সেৱন কৰা, পান। মুখ্য ভূমিকা পালন কৰে। মূলতঃ কব মছলা জাতীয় দ্রব্য সেৱন কৰা, চাধা পাৰি শৰীৰৰ সুস্থতা ৰক্ষাত যকৃতৰ সেৱন, ড্ৰাগছ সেৱন কৰা। ভূমিকা অপাৰ। যেতিয়া কোনাে কাৰণত ৫। অত্যাধিক শকত ৰােগী, ডায়েবেটিজ যকৃতৰ বিকৃতি হৈ কোষবােৰ নষ্ট হয় ৰােগী, ফেটি লিভাৰৰ বেমাৰত তেনে অৱস্থাক চিকিৎসা বিজ্ঞানৰ ভাষাত ভােগা ৰােগী, আলফা-১ এনটি চিৰােছিছঅফলিভাৰ বুলি কোৱা হয়। ট্রিপচিন নামৰ এবিধ তত্ত্বৰ অভাৱ ৮৪