পৃষ্ঠা:New Testament in Assamese.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৪ মাৰ্ক। aby দি কলে, হাতে সজ। এই মন্দিৰ নষ্ট কবি, মই তিন দিনৰ ভিতৰত হাতে নকৰ আন এটা সাজিম, অমি তাক এনে কথা কোঅ সুনিলে॥ ৫৯ কিন্তু সিহঁতৰ প্ৰমান ইয়াতে নিমিলিল। ৬০ পাচে বৰ পেৰোহি- তে মাজত থিয় হৈ ৰিচুত সুধিলে, তুমি ইয়াৰ একো উতৰ নিদিয়া নে? তোমাৰ অহিতে ইবিলাকে কেনে প্ৰমান দিচে! ৬১ কিন্তু তেঁও একে। উতৰ নিদি নিজম দি থাকিল। তাতে বৰ পেৰোহিতে আকও তেঁওত সুধিলে, তুমি ধন্যবাদ ইৰৰ পুত্ৰ খ্ৰিষ্ট হোৱা নে? ৩২ তেতিয়া য়ি চুএ কলে, মই ‘ও; আৰু তোমোলাকে নুিহৰ পুত্ৰক সবক্তিমন্তৰ সেঁ হাতে বহি থাকিবৰ, অৰু স্বৰগৰ মেঘত অহিৰ দেখিবা। তাতে বৰ পেৰোহিতে আপোনাৰ বস্তু ফালি কলে, অমাৰ অনি সখিত কি প্ৰয়ো- জন অচে? ৬৪ তোমোলাকে ইস্ৰক নিন্দা কৰা এই কথা সুনিলা; তে- মোলাকে কেনে বিবেচনা কৰা? তাতে সকলোএ তেঁওক মিত্যু দণ্ডৰ জেগ্যি হোআ বুলি কলে। পাচে কোনো কোনো তেঁওৰ গাত থুই পেলা- বলৈ ধৰিলে, আৰু তেঁওৰ মুখ ঢাকি চৰ মাৰি কলে, গননা কৰি কেতি1; আৰু বন্দিবোৰেও তেঁওক ঢকা মাৰিলে। ৬৬ তেতিয়া পিতৰে চৰ। ঘৰৰ তলৰ খোটালিত থাকোঁতে বৰ পোৰে। হিতৰ বেটি এজনি তালৈ আহি, ৬৭ পিতক জুই আৰ দেখি তালৈ চাই কলে, তুমিও নচিৰিয়া য়িচুৰ লগত আচিলা। ৬৮ কিন্তু সি, আসৈ কৰি কলে, তুমি জি কথা কৈচা, মই তাক নেজানো, নুবুজেঁ এই। তেতিয়া সি পিৰালিলৈ গলত কুকুৰাই ডাক দিলে। ৬৯ পীচে আৰু এবাৰ বেটি এজ- নিএ তাক দেখি ওচৰত থকা মানুহত কব ধৰিলে, ইও সিহঁতৰ এজন। তাতে সি অকিও অসৈ কৰিলে। অলপৰ পচে সেই ওচৰত থকাবি- লাকে পিতৰ বুলিলে, তুমি অৱস্যে সিহঁতৰ এজন, কিয়নো তুমি গালি- লৰ মানুহ হোআ, তোমাৰ মতো মিলিচে। ৭১ তাতে সি স্যও সপত কৰি বলৈ ধৰিলে, বেলে, তোমোলাকে জাৰ কথা কৈচা, সেই মানুহ মই নিচিনো- এই। তেতিয়া কুকুৰাই দুতিয় বাৰি ডাক দিলে। ৭২ তাতে কুকুৰাই দুবাৰ ডাক দিয়াৰ অগৈএ তুমি মোক তিনি বাৰ আসৈ কৰিবা, এই জি কথা য়িচুএ কৈচিল, সেই কথা তাৰ মনত পৰাত পিতৰে তালৈ চিন্তা কৰি কান্দিবলৈ ধৰিলে। ১ ৫ অধ্য। পাচে ৰাতি পুঅলিতেই প্ৰধান পোৰোহিতবিলাক, ব্ৰিধ লোক, অধ্যাপক বোৰ আৰু সকলো মেলুআই, এইবিলাকে মেল পাতি য়িচুক বান্ধি লৈ গৈ, পিলাতৰ হাতত সোধাই দিলে। ২ তেতিয়া পিলাতে তেঁওত সুধিলে, তুমি