পৃষ্ঠা:New Testament in Assamese.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাৰ্ক। ধৰিলে, সেইটো মই নে? আৰু অনে কলে, সেইটো মই নে? ২০ তীতে ঙেও সামধান দি কলে, এই বাৰে জনৰ মজিৰ জি জনে মোৰ লগত খোঅ বাটিত হতি জুবুৰিয়াই, সেয়ে সি। মানুহৰ পুত্ৰৰ অৰ্থে জেনেকৈ লিখ। অচে, তেনেকৈ তেঁওৰ গতি হব; কিন্তু জি জনে মানুহৰ পুত্ৰক লোকৰ হাতত সোধাই দিব, তাৰ সন্তাপ; সেই মানুহৰ জনম নোহোঅ হলেই, তাৰ ভাল হলহেঁতেন। ২২ সিবিলাকে ভোজন কৰোতে য়িচএ পিঠা লৈ অসিবাদ কৰি ভাঙ্গি সিবিলাকক দি কলে, লোঅ', [খেঅি, এয়ে মোৰ সৰিল। পাচে তেঁও পান পাত্ৰকে লৈ সুতি কৰি সিবিলাকক দিলে; তাতে সকলোএ পান কৰিলে। ২৪ আৰু তেঁও সিবিলকিত কলে, নতুন নিয়মৰ মোৰ জি তেজ অনেকৰ নিমিতে উলিওৱা হৈছে, সেয়ে এই। ২৫ মই তোমোলকিত সুৰুপ- কৈ কও, জেতিয়ালৈকে ইন্বৰৰ ৰাজ্যত লতা পনিয়ালৰ ন ৰস পনি নকৰে, তেতিয়ালৈকে তাক আৰু নেখাও। ২৬ পাচে সিবিলাকে এট। গিত গাই বাহিৰে জল ফাই পৰতলৈ গল। ২৭ আৰু য়িচএ সিবিলকিত কলে, এই ৰাতিতে তোমোলকি সকলে এ মোৰ নিমিতে বেজাৰ পাব; কিয়নো এনে লিখা আচে, মই মেৰ ৰখিয়াক মাৰিম, তাতে মেৰবিলাক গোট গোট হৈ জবি। ২৮ কিন্তু মই উঠিব পাচে তোমোলাকতকৈ আগেয়ে গালিললৈ জমি। ২৯ তেতিয়া পিতৰে তেঁওত কলে, সকলোএ জদি বেজাৰ কৰে, তেও মই বেজাৰ নকৰে॥ য়িএ তাতি কলে, মই তোমত স্বপকৈ কঁও, অজি এই বাতি কুকুৰাই দুবাৰ ডাক দিয়াৰ আগেয়ে তুমি তিনি বেলি মোক আসৈ কৰিবা। ৩১ কিন্তু সি দৃিঢ়, কৈ বুলিলে, জদি তোমাৰ লগত মৰোই, তেও মই কোনো ৰুপে তোমাক আসৈ নকৰে॥ অনি সকলোবিলাকেও তেনে কথ! কলে। ৩২ পাচে সিবিলাকে গেচিমানি নামেৰে এক ঠাই পালত তেঁও সিস্য- বিলকিত কলে, মই প্ৰাৰ্থনা কৰে।মানে তোমোলাকে ইয়াতে বহি থাকা। ৩৩ পচে তেঁও পিতৰ, যাকোব আৰু গোহনিক লগত লৈ গল, আৰু অতি বিস্মই হৈ উমি লাগিব ধৰিলে। ৩৪ তাই তেঁও সিবিলাকত কলে, মন কালৰ নিচিনা মোৰ মনত অতিসই অসন্তোস লাগিচে; তোমোলাকে এই ঠাইতে পৰ দি থকা; ৩৫ পাচে তেঁও কিছুমান আঁতৰি গৈ মাটিত দি- ঘল হৈ পৰি, জদি হব পৰা হই, তেন্তে সেই দুখৰ কলি তেঁওৰ পৰা জেন দূৰ হই, এই নিমিতে প্ৰাৰ্থনা কৰি কলে, ৩৬ হে অবাি পিত্ৰি, সক- লো তোমাৰ সাধ্য; এই হেতুকে এই পান পত্ৰি মোৰ ওচৰৰ পৰা দুৰ কৰোক; কিন্তু মোৰ ইচাৰ দৰে নহওক, তোমাৰ ইচাৰ দৰেই হওক ৩৭ পাচে তেঁও আহি সিবিলাকক টোপনিয়াই থকা দেখি পিতত কলে, হে চিমেন, তুমি টোপনিয়াই চা নে এডাৰে। পৰ দি থাকিব নোঅৰি-