পৃষ্ঠা:New Testament in Assamese.djvu/৪৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২ অধ্যায়। ৪৬৭ . . বন্ধ! সূৰ্যকান্ত মণিৰে হৈছিল; আৰু নগৰ নিৰ্মল আছিৰ নিচিনা শুধ সোণাৰে সজা আছিল। ১৯ নগৰৰ মূলবিলাক অনেক বিধ বহুমল্য মণি- ৰে ভূষিত আছিল; প্ৰথম মূল সূৰ্য্যকান্ত, দ্বিতীয় নীলকান্তৰ, তৃতীয় লা- লৈৰ, চতুৰ্থ পানাৰ, ২০ পঞ্চম বৈ দুৰ্যৰ, ষষ্ঠ চুঙ্গি বাখৰৰ, সপ্তম চন্দ্ৰ- কন্তৰ, অষ্টম গেদিন্তৰ, নৱম পদমৰাগৰ, দশম কপূৰণিৰ; একাদশ পে- ৰোজৰ, দ্বাদশ মকতৰ আছিল। ২১ এটা এটা মুকুতাৰে এখনি এখান দুৱাৰ , এই ৰূপে বাৰো মুকুতাৰে বাৰে খন দুৱাৰ; আৰু নগৰৰ আলি- বোৰ শুধ সোণাৰ নিৰ্মল আছিৰ নিচিনা অছিল। ২২ সেই নগৰৰ মাজত ময় কোনো মন্দিৰ নেদেখিলোঁ; কিয়নো সৰ্বশক্তিমন্ত প্ৰভু পৰম ঈশ্বৰ আৰু মেৰ পোৱালিএই তাৰ মন্দিৰ হয়। ২৩ আৰু পহৰ কৰি নি- মিত্তে সেই নগৰত সূৰ্যৰ বা চন্দ্ৰৰ প্ৰয়োজন নাই; কিয়নো তাত ঈশ্ব- ৰৰ প্ৰতাপেহে প্ৰকাশ কৰিছে, আৰু মেৰ পোৱালি এই তাৰ পহৰ। ২৪ আৰু দেশবিলাকৰ লোকে সেই পহৰত অহা যোৱা কৰিব; তাৰু পৃথিবীৰ ৰজাবিলাকে আপোনাৰ ঐশ্বৰ্য আৰু মৰ্যত। তাৰ ভিতৰলৈ আনিব। ২৫ সেই নগৰৰ দুৱাৰ দিনতে কেতিয়াও বন্ধন কৰা নহব; আৰু সেই ঠাইতে বাতি নহয়। ২৬ আৰু লোকবিলাকে সেই নগৰলৈ দেশবিলাকৰ ঐশ্বৰ্য আৰু মৰ্যতা অনিব। ২৭ আৰু তাৰ ভিতৰত অশুচি ঘিণ লগা কৰ্ম কৰে, ব! মিছা কথা কয়, এনে কোনো কেতিয়াও নোসোমাব; কিন্তু যিবিলাকৰ নাম মেৰ পোৱালিৰ জীৱন পুৰ্থীত লিখ। আছে, কেৱল সিবিলাকেহে সোমাব। ২২ অধ্যায়। পাছে ঈশ্বৰ আৰু মেৰ পোৱালিৰ সিংহাসনৰ পৰা ওলোৱা ফটিকৰ নি- চিনা নিৰ্মল অ মৃত পানীৰ নদী মোক দেখালে। ২ দুই ফালে থকা নগৰৰ আলি আৰু নদী, সিবিলাকৰ মাজতে জীৱনৰ গছ আছিল; সেই গছত বাৰে বিধ গুনী ধৰিলে; প্ৰতি মাহতে তাৰ গুটী লাগিল; অৰু সেই গছৰ পাত দেশবিলাকৰ লোকক স্বস্থ কৰিবলৈ হৈছে। ৩ তাত শাও আৰু নেথাকে; কিন্তু তাৰ মাজত ঈশ্বৰ আৰু মেৰ পোৱালিৰ সিংহাসন থাকিব। আৰু তেওঁৰ সেকবিলাকে, তেওঁক সেৱা কৰি তেওঁৰ মুখ দেখ। পবি; আৰু লিবিলাকৰ কপালত তেওঁৰ নাম দিয়া হব। ৫ তাতে তাৰুি ৰাতি নহব; সিবিলাকলৈ চাকিৰ বা বেলিৰ পহৰৰ একো প্ৰয়োজন নাই, কিয়- নো প্ৰভু পৰম ঈশ্বৰে সিবিলাকক পহৰ দিএ, আৰু সিবিলাকে সদাসৰ্ব্ব- দায় জা হৈ থাকিব। পাছে তেওঁ মোত কলে, এই কথা সকল বিশ্বাসী আহ্ সত্য; ভবিষ্যত বাবিলাকৰ অত্মিাৰ প্ৰভু পৰম ঈশ্বৰে আপোন সেকবিলাকক তালপতে 3