পৃষ্ঠা:New Testament in Assamese.djvu/৪৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

468 ২২ অধ্যাৰ। ১১ যি জন হব লগা কথা দেখুৱাবলৈ আপোনাৰ দূতক পঠালে। ৭ দেখা, ময় বেগাই অহিৰ্ভুে; যি জনে এই পুৰ্থীৰ ভবিষ্যত বাক্য পালন কৰে, সি ধন্য। ৮ ময় ৰোহানে এইবিলাক কথা শুনিলো, অ দেখিলে; গুন। দেখা পছে মি দূতে এই সকলোকে মোক দেখালে, তেওঁক সেৱা কৰিবলৈ তেওঁৰ চৰণত পৰিলো। ১ তেতিয়া তেওঁ মোত কলে, সাৱধান হোৰা, এনে কৰ্ম নকৰিবা; ময়ো তোমাৰ লগৰ সেবক, আৰু তোমাৰ ভাই ভবিষ্যত বক্ত- বিলাকৰ অ' এই থীৰ বাক্য পালন কৰবিলাকৰ মাজৰ এজন হৈছে; ঈশ্বৰকহে সেৱা কৰা। ১১ অকিওঁ তেওঁ মোত কলে, এই পৃথীৰ ভবিষ্যত বাক্যবিলাক ছাব মাৰি নথৰা; কিয়নো কাল ওচৰ হৈছে। অন্যায়, সি অন্যায় হৈ থাকোক; যি জন অশুচি, সি তাশুচি হৈ থাকোক; যি পৰমাৰ্থিক, সি পৰমাৰ্থিক হৈ থাকোক; যি পবিত্ৰ, সি পবিত্ৰ হৈ থাওক। ১২ দেখা, ময় বেগাই আহিছে; মানুহক গাৰপতি আপেনি অপোন কৰ্মৰ দৰে দিবলৈ মোৰ লগত প্ৰতিফল আছে। ১৩ ময় অফ অৰু ওমেগা, প্ৰথম আৰু শেষ, আদি আৰু অন্ত। ১৪ যিবিলাকে তেওঁৰ অজ্ঞ। পালন কৰে, সিবিলাকেই ধন্য; সিবিলাকে জীৱন গছৰ গুটী খোৱাৰ বাৰ পাই; অৰু দুৱাৰে দি নগৰত সোমাব। ১৫ কিন্তু কুকুৰহঁত, অৰু মায়া- পী কৰাবোৰ, বেশ্যা লোক, বধ কৰবিলাক, দেওপূজক, আৰু যি কো- নোএ মিছাকে ভাল পাই, বা কৰে, এই সকলে। বাঝ হৈ থাকে। যীশু মণ্ডলীবিলাকৰ মাজত এই সকলো কথাৰ প্ৰমাণ দিবলৈ তোমাৰ ওচৰলৈ মোৰ দূতক পঠালো। ময় দাৱিদৰ মূল আৰু সন্তান, অৰু তেজ শ্মী ভোট। তৰ॥ ১৭ আত্মা আৰু কন্যই বোলে, অই; আৰু যি জনে শুনে, সিও বোলোক, আই; আৰু যি জনৰ পিয়াহ লাগে, সি অ- হোক; যাৰ ইচ্ছা আছে, সি বিনামূল্যে অমৃত পানী গ্ৰহণ কৰোক। ১৮ বি মানুহবিলাকে এই পুৰ্থীৰ ভবিষ্যত বাক্য শুনে, সিবিলাকৰ প্ৰতি জনকে ময় এই প্ৰমাণ দি কৈছে, য দ কে নে।এ এই কথাবিলাকৰ মাজত অন্য কথা বঢ়াই দিও, তেন্তে এই পৃথীত লিখা অপদবোৰক ঈশ্বৰে তাক বঢ়াই দিব। ১৯ আৰু কোনোএ যদি এই ভবিষ্যত পূখীৰ কথাৰ মাজৰ পৰা কোনো কথা গুছাই, তেন্তে এই পুথীত লিখা জীন গছ, আৰু পবিত্ৰ নগৰৰ পৰা ঈশ্বৰে তাৰ ভাগ গুছাই দিব। যি জনে এই কথাৰ প্ৰমাণ দিছে, তেৱে কৈছে, ময় অবশ্য বেগাই আহিছে।। আমেন; হে প্ৰভু যীশু, আহোক। ২১ সকলো পবিত্ৰ লোকলৈ প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ হওক। 2 ২ ০ নতুন নিয়ম শাস্ত্ৰ সমাপ্তঃ।