পৃষ্ঠা:New Testament in Assamese.djvu/৪৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰকাশিত ভবিষ্যত বাক্য। সাগৰ নাই। ২ আৰু দৰাৰ নিমিত্তে যুগুত হোৱা কন্য। যেনে ভূষিত আছে, সেই ৰূপে পবিত্ৰ নগৰ নতুন ছিলিম স্বৰ্গৰ বাহিৰ হৈ ঈশ্বৰৰ পৰা নামিবৰ দেখিলে॥ পাছে স্বৰ্গৰ পৰা ময় এই মহা আকাশী বাণী শুনিলো, দেখা, ঈশ্বৰ বসতি মানুহৰ মজিত আছে, আৰু সিহঁতৰ মাজত তেওঁ নিবাস কৰিব; সিবিলাক তেওঁৰ লোক হব, আৰু তেওঁ অপুনি সিবিলাকৰ ঈশ্বৰ হৈ সিবিলাকৰ লগত থাকিব। ৪ আৰু ঈশ্বৰে সিবি- লাকৰ চকুৰ লে! সকল মচি গুছাব; তাতে মৰণ বা শোক, ক্ৰন্দন বা বেদনা আৰু কে তয়াও নহব; কিয়নো অগৰ কথা সকল গছিল। ৫ পাছে সিংহাসনৰ ওপৰত থকা জনই কলে, দেখা, ময় সকলোকে নতুন কৰে; অৰু মোতো কলে, লিখা, কিয়নো এই কথা বিশ্বাসী অৰু সত্য। ৬ পাছে তেওঁ মোত কলে, সিন্ধি হল; ময় অফি৷ অৰু ওমেগা, অদি অৰুি অন্তু; যাৰ পিয়াহ লাগিছে, তাক জীৱন নদীৰ পানী বিনামূল্যে দিম। ৭ যি জনে জয় কৰে, সি এইবিলাকৰ ভাগী হব; ময় তাৰ ঈশ্বৰ হম, অৰুি সিও মোৰ পুত্ৰ হব। ৮ কিন্তু যিবিলকি ভয়াতুৰ, অৰু অবিশ্বাসী, [পাপিষ্ঠ, ঘিণ লগা, আৰু বধ কৰবিলাক, বেশ্যালীবোৰ, মায়াপী কৰা লোক, দেওপূজক, আৰু আটাই মিছলিয়াবিলকে জুই আৰু গন্ধকেৰে জলি থকা সৰোবৰত আপোনাৰ ভাগ পবি; এয়ে দ্বিতীয় মৃত্যু। ১ পাছে শেষ সাত অপদেৰে পূৰ হোৱা সাত পত্ৰি ধৰা সাত জন দূতৰ এজনে অহি মোৰে সৈতে কথোপকথন কৰি কলে, ইয়ালৈ তাই, মেৰ পোৱালিৰ বিয়া কৰোৱা ভাৰ্য। ময় তোমাক দেখুৱাম। তেওঁ মোক আত্মৰে এটা ওখ বৰ পৰ্বতলৈ নি, ঈশ্বৰৰ পৰা স্বৰ্গৰ বা- হিৰ হৈ নামি অহা সেই পবিত্ৰ ছিলিম নগৰ দেখুৱালে। ১১ সেই নগৰ ঈশ্বৰৰ প্ৰভাৱেৰে যুগত আছিল; তাইৰ কান্তি বহুমূল্য ৰ অৰ্থাৎ সূৰ্য্যকান্ত মণিৰ নিচিনা, আৰু ফটিকৰ তুল্য নিৰ্মল। ১২ আৰু সেই নগ- ৰৰ গৰ অতি ওখ ডাঙ্গৰ, তাৰ পূব ফালে তিনি দুৱাৰ, উত্তৰ ফালে তি- নি দুৱাৰ, দখিণ ফালে তিনি দুৱাৰ, পশ্চিম ফালে তিনি দুৱাৰ, এই বাৰে খন দুৱাৰ আছিল। ১৩ সেই বাৰে খন দুৱাৰত বাৰে জন দূত, অৰু দুৱাৰৰ ওপৰত ইসায়েলৰ বঙ্গহৰ বাৰে ফৈদৰ নাম লিখা অছিল। ১৪ আৰু নগৰ গৰৰ বাৰেটা মূল; তাতে মেৰ পোৱালিৰ বাৰে জন পা- চনিৰ বাৰে নাম আছিল। আৰু মোৰে সৈতে কথা হোৱা দূতৰ হা- তত নগৰ, আৰু তাৰ দুৱাৰ, অৰু গৰ যুখিবৰ নিমিত্তে সোণৰ নল মাৰি ১৬ সেই নগৰ চাৰি চুকিয়া, তাৰ দীঘে পথালিএ সমান। পাছে দুতে নলেৰে নগৰ যুথিলত বাৰে হেজাৰ বেওঁ হল; দীঘে পথা- লিয়ে আৰু এখয়ে একে সমান। ১৭ পাছে গৰ যুখিলত মানুহৰ অৰ্থাৎ ১৮ আৰু গৰ সেই দূতৰ হাতৰ পৰিমাণেৰে এশ চৌচলিছ হাত হল। > ইতে - এড়াল আছিল। 1