পৃষ্ঠা:New Testament in Assamese.djvu/৪৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

806 প্ৰকাশিত ভবিষ্যত বাক্য। ১৫ অধ্যায় | সুৰ্গত তাৰু এক অঞ্চৰিত বৰ চিন দেখিলোঁ, যি অপদত ঈশ্বৰৰ ক্ৰোধ সম্পূৰ্ণ হয়, শেষৰ সেই সাতোটা অপদ অনেতি। সাত জন দতক দে- 1,1। ২ আৰু জুইৰে মিহলি হোৱা আছিৰ এখন সমুদ্ৰ যেন দে- খলে; অৰুি যিবিলাকে পহু, অৰুি তাৰ মূত, অ িনামৰ সৰ ওপৰত জয় কৰিলে, সিবিলাকে ঈশ্বৰৰ বীণ ধৰি সেই অছিৰ সমুদুৰ পাৰত থিয় হৈ, ৩ ঈ ঘৰৰ সেৱক মোচাৰ গীত আৰু মেৰ পোৱালিৰ গত গান কৰি কলে, হে সৰ্ব্বশক্তিমন্ত প্ৰভু পৰম ঈশ্বৰ, তোমাৰ কৰ্ম অতি মহৎ আন্ তাচি, ব ভ; হে দেশবিলাকৰ ৰজা, তোমাৰ পথ পৰ- মাৰ্থিক অৰু সত্য। ২ হে ৫ভু, তোমাক কোনে ভয় নকৰিব? আৰু তোমাৰ নামক ধন্যবাদ কোনে নকৰিব? কিয়নো কেৱল তুমিহে পবিত্ৰ, তটি তোমাৰ দণ্ড প্ৰকাশ হোৱাত সকলে দেশৰ লোকে তোমাৰ অ- গলৈ আহি সেৱা কৰব। ইয়াৰ পাছে ময় দেখিলে, স্বৰ্গত সাক্ষী তাম্বৰ মন্দিৰৰ দুৱাৰ মেলা হল; অ শুচি বগা বস্ত্ৰ পিন্ধা অৰুি সোণৰ টঙ্গালিৰে বুকু বন্ধ। হোৱা, এনে সাতটি আপদ অৰ্নোতা সাত জন দূত মন্দিৰৰ পৰা ৭ আৰু চাৰি জন্তুৰ এটাই সেই সাত জন দূতক সদাসদীয় জীয়াই থকা ঈশ্বৰৰ ক্ৰোধে ৰ পূৰ হোৱ। সাতোটা সোণৰ পাত্ৰ দিলে। ৮ তাতে ঈশ্বৰৰ প্ৰভাও আৰু মহিমাৰ পৰা ধূৱাৰে মন্দিৰ সম্পূৰ্ণ হোৱাত, সেই সাত জন দূতৰ সাতোটা অপদ, সিন্ধি নোহোৱালৈকে কোনেও মন্দিৰত সোমাব নোৱাৰিলে। ওললি। ১৬ অধ্যায়। পহে মন্দিৰৰ পৰ। সেই সাত জন দূতল কেৱা এই মহা শবদ শুনিলো, (তামোলাকে গৈ ঈশ্বৰৰ ক্ৰোধৰ |তোটা পাত্ৰ পৃথিবীত বাকি দিয়া। ২ তেতিয়া প্ৰথম দৃতে গৈ পৃথিবীৰ ওপৰত তপোনাৰ পাত্ৰ বাকিলে; তাতে পছৰ চিন থকা অৰু তাৰ মূৰ্তি সেৱা কৰা লেকিবিলাকৰ ওপৰত গেল। বিষম ঘা পৰিল। ৩ আৰু দ্বিতীয় দূতে সাগৰৰ ওপৰত আপোনাৰ পাত্ৰ বাকিলে; তাতে সাগৰ মৰ লোকৰ তেজৰ নিচিনা হোৱাত তাৰ মাজত থকা সকলো জীয়া প্ৰাণী মৰিল

  • পাছে তৃতীয় দূতে নদী আৰু জলৰ ভূমুকৰ ওপৰত আপোনাৰ পাত্ৰ

বাকি দিলে, তাতে সেই সকলোবোৰ তেজ হৈ গল। ৫ তেতিয়া পানীৰ দূতে এই কথা কোৱা শুনিলোঁ, হে বত্ত মান আৰু ভূত কালৰ পবিত্ৰ জন, -