পৃষ্ঠা:New Testament in Assamese.djvu/৪৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬ অধ্যায়। ৪৪৭ বীৰ তলতে, সাগৰৰ ওপৰত, আৰু এইবিলাকৰ ভিতৰত থকা সকলো- প্ৰাণীৰ এই কথা শুনিলে; সিংহাসনৰ ওপৰত বহি থকা জনা আৰু মেৰ পোৱালিৰ ধন্যবাদ, মৰ্যতা, মহিমা, অৰু পৰাক্ৰম সদাসদায় প্ৰকাশ হওক। ১৪ অৰু চাৰি জন্তুএ কলে, অমেন; আৰু [চৌবিছ] বৃদ্ধ লোকে উবুৰি হৈ পৰি [সদীসৰ্ব্বদায় জীয়াই থকা জনক ] সেৱা কৰিলে। ৬ অধ্যায়। পাছে মেৰ পোৱালি সেই সাতোটা ছবিৰ প্ৰথমটো মেলিলত ময় চাই দেখিলোঁ, আৰু অহিঁ, চোৱা, এই কথা বুলি সেই চাৰি জন্তুৰ এটাই মেঘৰ গজ্জনৰ দৰে কোৱা শুনিলে। ২ তেতিয়া ময় চাই এটা বগা ঘোঁৰা দেখিলোঁ; আৰু তাত উঠি থকা জনাৰ হাতত ধেনু অছিল , আৰু তেওঁক এটা কিৰীটী দিয়া হল; তাতে তেওঁ জয় কৰিও পুনৰ জয় কৰিবলৈ গল। ৩ পাছে তেওঁ দ্বিতীয় ছাৰ মেলিলত, আহা, দ্বিতীয় জন্তু ইয়াকে কোৱা শুনিলে॥ ৪ তাতে ৰঙ্গ। ঘোৰ৷ এটা ওলাল; আৰু তাত উঠি থকা জনক পৃথিবীৰ পৰা কুশল দূৰ কৰিবলৈ, আৰু মানুহবিলাকক ইটে সিটক বধ কৰাবলৈ শক্তি দিয়া হল; আৰু তেওঁক এখন বৰ তৰোৱাল দিয়া হল। ৫ পাছে তেওঁ তৃতীয় ছবি মেলিলত, অহিঁ, [চোৱা,] তৃতীয় জন্তুৰ এই কথা শুনিলো। তাতে ময় চাই কলা ঘোঁৰা দেখিলে, আৰু তাত উঠি থক। জনে হাতত তুল ধৰি আছিল। ৬ আৰু এমহালৈ ঘেঁহু একঠা, এমহালৈ যৱ তিনি কঠা, অৰু তেল, পনিয়ালৰ ৰস, এইবিলাক হানি নকৰিবা, চাৰি জন্তুৰ মাজৰ পৰা এই কথা শুনিলে॥ ৭ অৰুি তেওঁ চতুৰ্থ ছবি মেলিলত, আহ, [ চোৱা,] চতুৰ্থ জন্তুৰ এই কথা শুনিলে॥ ৮ পাছে ময় চাই, পণ্ডি, বৰণিয়া এটা ঘোঁৰা দেখিলে; তাৰ ওপৰত উঠি থকা জনৰ নাম মৃত্যু; তেওঁৰ পাছে পাছে পৰলোক গৈ অছিল; আৰু তৰোৱাল, কাল, মাউৰ, অৰু বন পহুৰ দ্বাৰাই বধ কৰিবলৈ পৃথিবীৰ চাৰি ভাগৰ এভাগৰ ওপৰত তেওঁক শক্তি দিয়া হল। পাছে তেওঁ পঞ্চম ছাব মেলিলত যিবিলাক ঈশ্বৰৰ বাক্যৰ নিমিত্তে আৰু আপুনি ৰখা প্ৰমাণৰ নিমিত্তে বন্ধ কৰা হৈছিল, সিবিলাকৰ আত্ম। যজ্ঞ ভেটিৰ তলত দেখিলো। ১০ সিবিলাকে বৰ মাতেৰে কৈ এই কথা বুলিলে, হে পবিত্ৰ সত্য প্ৰভু, পৃথিবীত থকা লোকৰ সোধ কৰি অ- মাক বধ কৰা দোষৰ প্ৰতিফল দিবলৈ তুমি আৰু কিমান কাল পলম কৰিব। ১১ তেতিয়া সিবিলাকক [গায়পতি ] বগা বন্ত্ৰ দিয়া হৈছিল; আৰু সিবিলাকলৈ এই কথা কোৱা হল, তোমোলাকৰ লগৰ যি সেৱক