পৃষ্ঠা:New Testament in Assamese.djvu/৪৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

889 প্ৰকাশিত ভবিষ্যত বাক্য। যি জনা, তেওঁক সেৱা কৰি সিংহাসনৰ অগিত আপোনাৰ কিৰীট পেলাই দি, এই কথা বোলে; ১১ হে প্ৰভু, মহিমা, প্ৰশংসা, পৰাক্ৰম পোৱাৰ তুমিহে যোগ্য; কিয়নো তুমি সকলোকে সজিলা; তেমৰি ইচ্ছাৰ দ্বাৰাই সকলো হৈছিল, আৰু স্থাপিত হৈ আছে। ৫ অধ্যায়। আৰু যি জন। সিংহাসনৰ ওপৰত বহি অছিল, সেঁ হাতত ভিতৰে বাঝে লিখ, অক্সিীতোটা ছাৰেৰে ছবি মৰা এখন পূথী দেখিলোঁ। ২ সেই পুথী মেলিবলৈ আৰু তাৰ ছাব ভাঙ্গিবলৈ যোগ্য কোন আছে, এই কথা বৰ শবদেৰে ঘোষণা কৰোঁতা বলৱন্ত দূত এজনক দেখিলে॥ ৩ কিন্তু ' ওপৰ ] স্বৰ্গত, বা পৃথিবীত, বা পৃথিবীৰ তলত সেই পুৰ্থী মেলি- বলৈ বা চাবলৈকে সমৰ্থ কোনো নাইকিছিল। ৪ তীতে পুথী মেলিবলৈ বা চাবলৈকো কোনো জনক যোগ্য পোৱা নহল দেখি ময় অনেক ক্ৰন্দন কৰিলে। ৫ তেতিয়া সেই বৃদ্ধ লোকৰ এজনে মোত কলে, তুমি ক্ৰন্দন নকৰিবা, দেখা, যি জন। য়িহুদি ফৈদৰ বঙ্গহৰ সিংহ, আৰু দাৰিদৰ মূল, তেওঁ পূথী আৰু তাৰ সাতোটা ছবি মেলিব পৰা হল। ৬ তেতিয়া সি- হাসন আৰু চাৰি জৰ মাজত, আৰু সেই চৌবিছ বৃদ্ধ লোকৰ মাজতে। থিয় হৈ থকা এক মেৰ পোৱালি দেখিলে। তেওঁ মৰা বলিৰ নিচিনা; সাতোটা শিঙ্গ আৰু সাতোটা চকু আছিল; সেই চকু গোটেই খন পৃথি- বীৰ মাজলৈ পঁচা ঈশ্বৰৰ সাত তাত্মা। ৭ তেওঁ অহি সিংহাসনত বহি থকা জনৰ সো হাতৰ পৰ৷ সেই পুৰ্থী খন ললে। ৮ পুৰ্থী ললত সেই চাৰি জন্তু অৰু চৌবিছ বৃন্ধ লেকে গয়িপতি বীণ আৰু সুগন্ধি ধূপ অৰ্থাৎ পবিত্ৰ লোক প্ৰাৰ্থনাৰে পূৰ হোৱা সোণৰ পাত্ৰ লৈ, মেৰ পোৱা- লিৰ অগিত উবুৰি হৈ পৰিল; ৯ আৰু এই নতুন গীত গান কৰিলে, বোলে, পুথী লবলৈ আৰু তাৰ ছাব মেলিবলৈ তুমিহে যোগ্য; কিয়নে। তুমি মৰা হৈ আপোনাৰ তেজৰ দ্বাৰাই সকলো বঙ্গহ, ভাষা, ৰাজ্য, অৰু দেশৰ লোকৰ মাজৰ পৰা ঈশ্বৰলৈ আমাক মুক্তি কৰিলা; ১০ আৰু অ- মাৰ ঈশ্বৰৰ কাৰ্যলৈ সিবিলাকক ৰজা আৰু পেৰোহিত পাতিল; এই হেতুকে সিবিলাক পৃথিবীৰ ওপৰত অধিকাৰ হব। ১১ পাছে ময় চাওঁতে সি হাসন, অৰুি জন্তু, আৰু বৃদ্ধ লোকৰ চাৰিও ফালে থকা অনেক দূতৰ মাত শুনিলোঁ; সিবিলাকৰ সংখ্যা অযুত গুণ অযুত, আৰু হেজাৰ গুণ হে- জৰি আছিল। ১২ সিবিলাকে বৰ শবদেৰে কলে, বোলে, মৰা হোৱা যি মেৰ পোৱালি, তেৱে ই পৰাক্ৰম, আৰু ধন, জ্ঞান, শক্তি, মৰ্যতা, মহিমা আৰু ধন্যবাদ পোৱাৰ যোগ্য। ১৩ আৰু স্বৰ্গত, পৃথিবীৰ ওপৰত, পৃথি-