পৃষ্ঠা:New Testament in Assamese.djvu/৪২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ অধ্যায়। ৪২৩ বিলাকৰ আগত বাক্য কীত্তন কৰিলে। নোহাৰ দিনত জাহাজ স্বগত কৰোতে যি সময়ত ঈশ্বৰে ধোৰ্যেৰে সহন কৰি থাকিল, সেই অগৰ ক1. লত সিবিলাকে অজ্ঞা নমনা হৈ আছিল; সেই জাহাজত অলপমান মানুহ অৰ্থাৎ আঠ জন মাথোন জলৰ দ্বাৰাই ৰক্ষা পোৱা হৈছিল। ২১ অৰু তাৰ উপমা হৈ এই বত্ত মান কালত বুৰ দিওৱা, অৰ্থাৎ শৰীলৰ মলী গাছ। নহয়, ঈশ্বৰৰ আগত শুদ্ধ মনৰ প্ৰমাণ যি বুৰ দিওৱা, সেয়ে যীশু খ্ৰীষ্টৰ উঠানৰ দ্বাৰাই অমাক ৰক্ষা কৰিছে। ২২ তেৰে স্বৰ্গলৈ উঠি ঈশ্বৰৰ সে। ফালে থাকি আছে; আৰু দূতবিলাক, শাসন কত্ত, অৰু পৰাক্ৰমীবোৰ তেওঁৰ বশ হৈ আছে। ৪ অধ্যায়। oko এই ৰূপে খ্ৰীষ্টে আমাৰ নিমিত্তে শৰীলত মৰণ ভোগ কৰা হেতুকে তোমে'- লাকে তেওঁৰ একে মনেৰে আপোনাক সজোৱা কৰা। ২ কিয়নো যি জনে শৰীলত মৰণ ভোগ কৰিলে, সি পপিৰ পৰা মুকুত হৈছে; তাতে সি মানু- হৰ অভিলাষৰ দৰে নহয়, ঈশ্বৰৰ ইচ্ছাৰ দৰে অনুষৰ অৱশেষ দিন নিয়াই। ৩ কাম, অভিলাষ, সুৰা পান, বঙ্গ ধেমালি, ৰাগীৰ ভোজ, অৰু ঘিণ লগীয়া দেওপূজা, এই সকলো ব্যৱহাৰ কৰি দেওপূজকৰ ইচ্ছাৰ দৰে কৰ্ম কৰাত অমাৰ আয়ুষৰ যিমান কাল গল, সেয়ে যোৰে। ৪ তোমোলাকে এনে অতি অকৰ্মত মগ্ন হবলৈ একে লগে নোযোৱা দেখি, সিবিলাকে অশ্চিৰিত মানি নিন্দা কৰে। ৫ জীয়া আৰু মৰা লোকৰ সোধ কৰিবলৈ যগত হোৱা যি জন, তেওঁৰ অগিত সিহঁতে আপেনি আপোন কৰ্মৰ লেখ দিব লাগিব। ৬ আৰু মৃত্যু হোৱা যি লোক, সিবিলাকে শৰীলৰ কথাত মানুহ সকলৰ লগত সোধ কৰা হৈ, আত্মাৰ কথাত ঈশ্বৰৰ লগত যেন জীৱন পাই, এই নিমিত্তে সিবিলাকৰ আগতে। শুভবাত্ত। কীত্তন কৰা হৈছিল। ৭ সকলৰো শেষ ওচৰ ছাপিছে; এই হেতুকে সাৱধান হৈ প্ৰাৰ্থনা কৰাত চেতনা হৈ থকা। ৮ বিশেষকৈ আপোনাৰ মাজত ইটে সিটে অতিশয় প্ৰীতি কৰা; কিয়নো প্ৰীতিএ অনেক পপি ঢাকে। ৯ ইজনে সিজনক বেলি মতি নকৰাকৈ আলহি ব্যৱহাৰ কৰা। ১০ আৰু ঈশ্বৰৰ তানেক বিধ অনুগ্ৰহৰ উত্তম ভঁৰালিৰ নিচিনা তোমোলকি প্ৰতি জনে যি ৰূপে অনুগ্ৰহ দান পাইছা, সেই ৰূপে তাৰে অনবিলাকক উপকাৰ কৰা। ১১ নোএ যদি কথা কয়, সি ঈশ্বৰৰ বাক্যৰ মতে কওক; কোনোএ যদি উপ- কাৰ কৰে, ঈশ্বৰে দিয়া শক্তিৰ দৰে সি উপকাৰ কৰোক; তাতে সকলে। কথাত যীশু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ মহিমা প্ৰকাশ হব; সেই খ্ৰীষ্টব গো ও আৰু পৰাক্ৰম সদা সৰ্বদায় প্ৰকাশ হওক। আমেন। কো-