পৃষ্ঠা:New Testament in Assamese.djvu/৪২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪২২ পিতৰৰ প্ৰথম পত্ৰ। ১ ০ আপোন অপোন স্বামীৰ বশ হোৱা। চুলিৰ বেশ, সোণৰ তালঙ্কাৰ, অৰুি সুন্দৰ বস্তু পিন্ধা, এনে বঝৰ ভূষণ তোমোলাকৰ ভূষণ নহৈ, ৪ ঈশ্বৰৰ অগিত বহু মূল্য হোৱা নম আৰু শান্তি মনৰ যি ভিতৰৰ স্বভাও, সেয়ে তোমোলাকৰ অবিনাশী ভূষণ হওক। অগিৰ কালত যি পবিত্ৰ তিৰতাই ঈশ্বৰত বিশ্বাস কৰিলে, সিবিলাকেও আপেনি অপেনি স্বামীৰ বশবৰ্তী হৈ, এই প্ৰকাৰে আপোনাক বিভূষিত কৰিলে। ৰাই অব্ৰাহামক প্ৰভু বুলি তেওঁৰ অজ্ঞা মানিলে; তোমোলাকে কোনো ভয়েৰে বিচুত্তি নহৈ সুকৰ্ম কৰিলে, তেওঁৰ জীয়াৰী হৈছ। ৭ হে পুৰুষবিলাক, তিৰী লোক তোমোলাকতকৈ নিৰ্ব্বলী পত্ৰি আৰু পৰম অয়ুিষৰ তনুহৰ লগৰ ভাগী হোৱা জানি, তোমোলাকৰ প্ৰাৰ্থনা যেন নিবাৰণ নহয়, এই নি- মিত্তে সিবিলাকে সৈতে জ্ঞানৰ মতে বসতি কৰি সিবিলাকক সমাদৰ কৰা। ৮ শেষতে তোমোলাক সকলে। একে মন, আৰু পৰৰ দুখত দুঃখী, ইজনে সিজনলৈ কৃপাৱন্ত হৈ, ভাইবিলাকৰ নিচিনাকৈ চেনেহা চেনেহী কৰি মৰমিয়াল আৰু নম ভাও হো 31। ৯ হিংসাৰ প্ৰতিৰোধে হিংসা, অৰু নিন্দাৰ প্ৰতিৰোধে নিন্দা নকৰি, তোমোলকি আশীৰ্বাদৰ পাত্ৰ হবলৈ নিমন্ত্ৰণ কৰা হৈছা, ইয়াকে জানি অশীৰ্ব্বাদ কৰা। কিয়নো যি জনে অৰুষ প্ৰীতি কৰি সুখ ভোগেৰে কাল নিয়াব খোজে, সি কুকথাৰ পৰা আপোনাৰ জিবা, আৰু ভাওনা কথাৰ পৰা আপোনাৰ ওঁঠকে ৰাখি থাকোক। দুষ্ট কৰ্ম ত্যাগ কৰি সজ কৰ্ম কৰোক; কুশল বি. চাৰি তাতে প্ৰবত্তি থাকোক। ১২ ধৰমী লোকলৈ প্ৰভুৰ চকু, অৰুি সিবিলাকৰ প্ৰাৰ্থনালৈ তেওঁ কাণ পাতি আছে; কিন্তু কুকৰ্ম কাবিলা- কলৈ প্ৰভুৰ মুখ বিৰেন্ধি হৈ আছে। ১৩ তোমোলাকে যদি উত্তম আচ- ৰণ প্ৰবত্ত, তেন্তে কোনে তোমোলকিক বিঘিনি কৰিব পাৰে। ১৪ যদি ধৰ্মৰ নিমিত্তে দুঃখ ভোগ কৰা হোৱা, তেও তোমোলাক ধন্য; এই হেতুকে সিবিলাকৰ ভয়েৰে ভয় নকৰিবা আৰু ব্যাকুল নহব; মনেৰে প্ৰভু পৰম ঈশ্বক পবিত্ৰ কৰি মানিব। 1 তোমোলাকৰ হৃদয়ত থকা অশাৰ কাৰণ যি কোনো সোধে, নম আৰু ভয় মনেৰে তাক উত্তৰ দিবলৈ সাষ্টম হোৱা। ১৬ আৰু যিবিলাকে খ্ৰীষ্টৰ ধৰ্মৰ মতে তো- মোলাকৰ সজ অচিৰণৰ দূৰ্নাম কৰে, সিবিলাকে তোমোলাকক দুৰাচাৰী বুলি দোষ দিয়াত লাজ যেন পাই, এই নিমিত্তে তোমোলাকে নিষী মন ৰাখিব। ১৭ কুকৰ্ম কৰি দুঃখ ভোগ পোৱাতকৈ সুকৰ্ম কৰাত, ইশ্বৰৰ ইচ্ছা হলে, দঃখ ভোগ কৰা ভাল। ১৮ কিয়নো ঈশ্বৰে সৈতে অয়িক মিল কৰাবৰ নিমিত্তে খ্ৰীষ্ট আপুনি পৰমাৰ্থিক হৈ অপৰমাৰ্থিকহঁতৰ অৰ্থে এবেলি পাপৰ দণ্ড ভোগ কৰিলে; আৰু শৰীলৰ বধ হৈ আত্মাৰে জীয়াই আছিল; ১১ সেই আত্মাৰ দ্বাৰাই তেওঁ গৈ কয়দত থোদ্বা আত্ম- > তাৰু ১৫ কিন্তু .