পৃষ্ঠা:New Testament in Assamese.djvu/৪১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ অধ্যায়। 8o ২৭ ১৯ হে ভাইবিলাক, যীশুএ আৰ কাপড় অর্থাৎ আপোনাৰ শৰীলেৰে অমািৰ নিমিত্তে জীৱনৰ যি নতুন পথ প্ৰকাশ কৰিলে, ২০ সেই পথেদি মহা পবিত্র থানত সোমাবলৈ তেওঁৰ তেজৰ দ্বাৰাই অামাৰ সহ হৈ, ২১ ঈশ্ব- ৰৰ ঘৰৰ অধিকাৰ আমাৰ এজন মহা পোৰোহিত হোৱা হেতুকে, ২২ আহা, কুবিবেচনাৰ পৰা আমাৰ মন শান্তি কৰা হৈ, আৰু আমাৰ শৰীল নির্মল পানীয়েৰে ধুউৱা হৈ, অকপট চিত্তেৰে দৃঢ় বিশ্বাস কৰি ঈশ্বৰৰ চৰণলৈ ছাপি যাওঁক । ২৩ যি জনাই প্রতিজ্ঞা কৰিলে তেওঁ বিশ্বাসী, এই হে- তুকে যি বিশ্বাস সৈ কাহিলে, তাক লৰ নোহোৱাকৈ ধৰি থাকোহক; ২৪ প্রীতি অাৰু সুকর্মত ইজনে সিজনে উদগাবলৈ মন কৰি, আৰু কো- নাে লোকবিলাকৰ নিচিনাকৈ সভাতে গোট খাবলৈ নেৰি, ২৫ দিন যি- মান ওচৰ হােৱা দেখে, তিমান অধিককৈ উপদেশ কৰোইক । ২৬ সত্য ধর্মৰ জ্ঞান পালে পাছে অমি যদি পুনৰ্বাৰ মনৰ ইচ্ছাৰে পপি অচিৰণ কৰে, তেন্তে সেই পাপৰ আৰু কোনাে প্রায়শ্চিত্ত নেথাকে; কেৱল দণ্ড অজ্ঞা আৰু শক্ৰবিলাকক নাশ কৰা অগ্নিময় ক্রোধলৈহে ভয়েৰে অপেক্ষা থাকে। ২৮ মোচাৰ বিধান যি কোনোএ হেলা কৰিলে, সি যদি দুই তিনি সাক্ষীৰ প্রমাণেৰে দয়া নােপোৱা হৈ মৰিল, ২৯ তেন্তে ঈশ্বৰৰ পুত্ৰক যিটে অৱহেলা কৰে, আৰু আপোনাক শুচি কৰা নিয়- মৰ তেজ অপবিত্র মানে, আৰু অনুগ্ৰহেৰে দিয়া আত্মিক অপমান কৰে, সি তাতকৈ নাে কিমান দোঘেৰি দণ্ডৰ যোগ্য হব, ইয়াক তোমোলাকে কি ভাবিছা? ৩০ কিয়নো [প্রভু কৈছে, প্রতিফল দিয়া মোৰ কৰ্ম ; ময় উচিত দণ্ড দিম; আৰু পুনৰ্বাৰ প্ৰভুএ অাপোনাৰ লোকবিলাকৰ সোধ কৰিব; এইবিলাক কথা যি জনাই কৈছে, তেওঁক আমি জা]ে । ৩১ অমৰ ঈশ্বৰৰ হাতত পৰা অতি ভয়ানক কথা। ৩২ তোমোলাকে যি কলিত পহৰ পোৱা হৈ অনেক দুঃখ ৰূপ মহা যুদ্ধ কৰিলা, সেই অগিৰ কাল সুৱৰিবা । ৩৩ সেই দুঃখৰ ভাগৰ দৰে তোমোলকি অপুনি নিন্দা আৰু ক্লেশেৰে কৌতুকৰ ভাগী হলা; ভাগৰ দৰে আন যিবিলাকৰ এনে অৱস্থা হৈছিল, সিবিলাকৰ লগৰিয়া হল। ৩৪ কিয়নাে তোমােলাক বন্ধন হোৱাবিলাকৰ দুঃখৰ ভাগী হলা, অৰু স্বর্গত তোমােলাকৰ অধিক উত্তম অক্ষয় সম্পত্তি থাকে, ইয়াকে মনে জানি অনিন্দেৰে সৈতে অপেনি অাপোন সম্পত্তি লুট কৰা সহিলা। ৩৫ এই হেতুকে বঁটা ৰূপ বহু প্রতিফল পাব লগা তোমোলাকৰ যি সাহ, তাক ত্যাগ নকৰিবা । ৩৬ কিয়নো তােমোলাকে ঈশ্বৰৰ ইচ্ছা পা- লন কৰাত প্রতিজ্ঞাৰ ফল যেন পোৱা, এই নিমিত্তে ধৌত তোমােল- কৰ প্ৰয়োজন অাছে। ৩৭ যি জনা অহিব, তেওঁ আৰু অলপ দিনতে অহিব, পলম নকৰিব । ৩৮ অৰুি পুণ্যৱন্ত জন আপোনাৰ বিশ্বাসৰ .